ধূলি-বালি বা অন্যান্য কাৰণত সাধাৰণতে মানুহ এলাৰ্জিজনিত সমস্যাত ভোগে৷ কেতিয়াবা কোনো বিশেষ খাদ্য বেছিকৈ খালেও এলাৰ্জি বাঢ়িব পাৰে৷ সেইবাবে এলাৰ্জিজনিত সমস্যা থাকিলে খাদ্য খোৱাৰ ক্ষেত্ৰতো সজাগ হ’ব লাগে৷ গাখীৰ – গাখীৰে শৰীৰত
Year: 2023
বেগাই খোজ কাঢ়িলে মানুহৰ আয়ুস বাঢ়ে৷ শুনিবলৈ অদ্ভুট যেন লাগিলেও এই দাবী কৰিছে ব্ৰিটেইনৰ লেষ্টাৰ বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে৷ ৬৫ বছৰৰ পৰা ১০৫ বছৰ বয়সৰ মানুহৰ মৃত্যুৰ কাৰণ সংক্ৰান্তীয় গৱেষণা
মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ গুৱাহাটী স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে চলাই গৈছে ইটোৰ পাছত সিটোকৈ অপৰাধী কাণ্ড। বুধবাৰে মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰ হয় ছাত্ৰীৰ
তিয়ঁহৰ লগতে ইয়াৰ বাকলিও যথেষ্ট উপকাৰী। তিয়ঁহৰ বাকলিত এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিনৰ গুণাগুণ থাকে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই বহুপ্ৰকাৰৰ সমস্যা আঁতৰ কৰাতো লাভজনক। তিয়ঁহৰ বাকলিয়ে পাচন তন্ত্ৰ শক্তিশালী
আমাৰ থলুৱাভাৱে সহজতে পোৱা গুল্মজাতীয় এবিধ ঔষধিসম্পন্ন উদ্ভিদ হ’ল তিতা ফুল৷ এইবিধ ফুল স্বাস্থ্যৰ বাবে মহৌষধ৷ এইবিধ ফুলৰ ঔষধি গুণ জানিলে আপুনি আচৰিত হ’ব৷ তিতাফুল আমাৰ শৰীৰৰ বাবে অতি উপকাৰী