যদি কোনোবাই অনুভৱ কৰে যে মহে আপোনাকে অকল কামুৰি আছে বেলেগক নহয়, তেন্তে এই কথাটো নাভাবিব যে মহৰ সৈতে আপোনাৰ কিবা পুৰণি সম্পৰ্ক আছে। তাৰ বিপৰীতে কিছুমান বৈজ্ঞানিক কাৰণ আছে
Year: 2023
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ছেপ্টেম্বৰৰ বাল্য বিবাহ কৰা লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বৰপেটাৰোডত বাল্য বিবাহ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল বাল্য বিবাহ কৰা ১৯বছৰীয়া
ফেশ্বনৰ এই নতুন দৌৰত মানুহৰ জোতা-চেণ্ডেলৰ (Footwear) ৰং (Colour) দ্ৰুতগতিত সলনি হৈছে। নতুন যুগৰ যুৱক-যুৱতীসকলে পোছাকৰ হিচাপত জোতা-চেণ্ডেলৰ ৰং নিৰ্ধাৰণ কৰে। কিন্তু আপুনি জানেনে ৰঙীণ জোতা-চেণ্ডেল নিৰ্বাচন কৰাৰ সময়ত প্ৰায়ে
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন। কৰ্ম সংস্থাপনৰ তাগিদাত বহিঃৰাজ্যলৈ যোৱা গহপুৰৰ এজন যুৱক সন্ধানহীন হোৱাত যুৱকজনৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। বিশাখাপট্টনম ৰে’ল ষ্টেচনৰ পৰা যোৱা ২৫ জুলাইৰ পুৱা
বৰ্তমান দিনত প্ৰায়ভাগ লোকেই চুলি সৰা সমস্যাত ভুগি আছে। ইয়াৰ এটা কাৰণ হ’ব পাৰে বৰ্ধিত প্ৰদূষণ, দৈনন্দিন জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস। ইয়াৰ বাবে মানুহৰ চুলি নিস্তেজ আৰু নিষ্প্ৰাণ হৈ পৰে।