বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা হৈছে বিধানসভাৰ ভিতৰচ’ৰা ৷ ভৱিষ্যতে অসমৰ সকলো লোকসংস্কৃতিক বিধানসভাত তুলি ধৰাৰ চিন্তা চৰ্চা ৷ ঐতিহ্য আৰু অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰ ঘটিব বিধানসভাৰ নতুন প্ৰকল্পত ৷ শুকুৰবাৰে বাথৌ
Year: 2023
ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ বয়সীয়াল তথা জীৱিত যুঁজাৰু পাইলটগৰাকীয়ে বৃহস্পতিবাৰে সম্পূৰ্ণ কৰিলে ১০৩ বছৰ স্কোয়াড্ৰন লিডাৰ দিলীপ সিং মজিতিয়াই (অৱসৰপ্ৰাপ্ত) ৭ বছৰীয়া কেৰিয়াৰত ১৩ প্ৰকাৰৰ বিমানত ১১০০ ঘন্টা উৰা মাৰিছিল আৰু
বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কেইজনমান খেলুৱৈক চীনে “ষ্টেপল্ড ভিছা” প্ৰদান কৰাৰ বাবে চীনক তীব্ৰ সমালোচনা কৰি এই পদক্ষেপক “গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰিছে ভাৰত চৰকাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে
অসম মাতৃৰ বীৰ ছহিদ সুনীল কলিতালৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৫সংখ্যক প্ৰতিষ্ঠা দিৱসত মৰণোত্তৰভাৱে প্ৰদান কৰে এই সন্মান। ছহিদগৰাকীৰ পত্নীয়ে গ্ৰহণ কৰে সন্মান। ২০১৯ চনত মাওবাদীৰে সংঘৰ্ষত
আঠমহীয়া পুত্ৰ সন্তানক বিক্ৰী কৰি আইফ’ন ১৪’ ক্ৰয় এগৰাকী মহিলাৰ। ছ’চিয়েল মিডিয়াৰ বাবেই পশ্চিম বংগৰ উত্তৰ পৰাগনাত সংঘটিত হৈছে এক নঘটিবলগীয়া ঘটনা।ইনষ্টাগ্ৰামত ৰীল বনাবলৈ এগৰাকী মহিলাই ‘আইফ’ন ১৪’ ক্ৰয় কৰিছে।