Year: 2023

DGP জি পি সিঙে ছচিয়েল মিডিয়াযোগে সদৰি কৰিছে গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰৰ সমগ্ৰ ঘটনাক্ৰম…

  এটা দুটা নহয়, একেলগে তিনিটাকৈ হত্যাকাণ্ডৰ লোমহৰ্ষক ঘটনাই মন–মগজু জোকাৰি গৈছে প্ৰতিজন লোকৰ। নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী, শাহু আৰু শহুৰেকক নৃশংসভাৱে হত্যা কৰি কণমানি সন্তানক কোলাত লৈ আত্মসমৰ্পণ কৰে থানাত। প্ৰাথমিক তদন্তত আৰক্ষীয়ে এয়া পাৰিবাৰিক কন্দলৰ পৰিণতি বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত অ‍ব্যাহত ৰাখিছে আৰক্ষীয়ে।

গুৱাহাটীৰ মহিলা নিৰুদ্দেশ বাংগালুৰুত!

গুৱাহাটীৰ মহিলা নিৰুদ্দেশ বাংগালুৰুত!

বাংগালুৰুত সংগঠিত হৈছে এক আচৰিত ঘটনা। গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ৫ বছৰ পূৰ্বে কুঞ্জলতা দাস বিবাহপাশত আবদ্ধ হৈছিল চাবিৰ আলীৰ সৈতে। বিয়াৰ পাছত কুঞ্জলতা দাসে নাম লৈছিল আৰিফা বেগম। জানিব পৰা মতে, বিগত এমাহ ধৰি সন্ধানহীন হৈ আছে কুঞ্জলতা দাস(আৰিফা বেগম)। মহিলাগৰাকীক বিক্ৰী

কিহৰ বাবে নাজিবুৰ ৰহমানে হত্যা কৰিলে সংঘমিত্ৰা আৰু পৰিয়ালক ?

কিহৰ বাবে নাজিবুৰ ৰহমানে হত্যা কৰিলে সংঘমিত্ৰা আৰু পৰিয়ালক ?

📌 কিহৰ বাবে নাজিবুৰ ৰহমানে হত্যা কৰিলে সংঘমিত্ৰা আৰু পৰিয়ালক ? 📌 ২০২০ চনৰ পৰা কেনেকৈ অত্য়াচাৰ চলাইছিল পৰিয়ালটোক ? কেনেকৈ সংঘমিত্ৰাক ব্লেকমেইলিং কৰিছিল ঘাতক নাজিবুৰ ৰহমানে ? 📌 হত্য়াৰ পূৰ্বে ভিডিঅ’ কলত হত্য়াকাৰী নাজিবুৰক দেখা পাইছিল সংঘমিত্ৰাৰ ভগ্নীয়ে।

নৈত গা ধুবলৈ গৈ সলিল সমাধি অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ

নৈত গা ধুবলৈ গৈ সলিল সমাধি অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ

🔴 নৈত গা ধুবলৈ গৈ সলিল সমাধি অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ। 🔴 মৃত কিশোৰীগৰাকী ধেমাজিৰ বিউটি সোণোৱাল। 🔴 পথাৰত ভূঁই ৰুই আহি জীয়াঢল-কুমতীয়া নৈত গা ধুব লওঁতেই পিছলি পৰে দুই মাতৃ-কন্যা। 🔴 স্থানীয় দুজনী কিশোৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা মাতৃৰ।