২৩ জুলাইৰ পৰা আগন্তুক ২৫ জুলাইলৈ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত বিচ্ছিন্ন ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে অৰ্থাৎ ২৩ জুলাইত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে।
Year: 2023
ডাৱৰ বিস্ফোৰণৰ জলপ্ৰলয় জুনাগড় চহৰত। পাহাৰৰ পৰা বৈ অহা পানীয়ে উটুৱাই নিলে যানবাহন। ৫-৬ ফুট পৰ্যন্ত পানীৰ তলত চহৰখনৰ প্ৰায় অঞ্চল।
শনিবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ ৰাইগাডত হোৱা ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২৬ লৈ বৃদ্ধি পাইছে। তৃতীয় দিনৰ উদ্ধাৰ অভিযানত শনিবাৰে ধাৰাসাৰ বৰষুণৰ মাজতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে
আজাৰাস্থিত পেপছিক’ কোম্পানীত সংঘটিত হৈছে এই অঘটন। আজাৰাস্থিত এই কোম্পানীটোত কৰ্মৰত হৈ থকা প্ৰণৱজ্যোতি হাজৰিকা নামৰ ১৩ বছৰীয়া কিশোৰ শ্ৰমিকজনৰ আজি মৃত্যু হয়। ইয়াকে লৈ কোম্পানীটোত সংঘটিত হয় এক উত্তপ্ত
উত্তৰাখণ্ডৰ এগৰাকী সংগীত শিক্ষকে সমাজৰ কেতবোৰ বাধা–নিষেধ একাষৰীয়া কৰি উদযাপন কৰিলে কিশোৰী কন্যাৰ প্ৰথম পিৰিডয়ছ। উধম সিং নগৰৰ বাসিন্দা জিতেন্দ্ৰ জমকালোৱে এটা পাৰ্টীৰ আয়োজন কৰিলে কন্যা ৰাগিণীৰ প্ৰথম ঋতুস্ৰাৱ অভিজ্ঞতা