মঙলদৈত গণ বিক্ষোভ। অসম চৰকাৰৰ কেবিনেটত প্ৰস্তাৱিত “দৰং লোকসভা” সমষ্টিৰ নাম সলনি কৰি ” ভৈৰৱকুণ্ড কৰাৰ প্ৰতিবাদত এই গণ বিক্ষোভ। দৰং লোকসভা সমষ্টি দাবী সমিতিয়ে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
Year: 2023
একৈশ শতিকাতো উন্নয়নৰ মুখ নেদেখা নাজিৰাৰ এটা পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক । নাজিৰা মহকুমাৰ অন্তৰ্গত তথা বৰবৰুৱা পঞ্চায়তৰ অন্তৰ্গত হোলাঙকাটনী গাৱৰ মাজেৰে পাৰ হৈ যোৱা পকনিবাৰী পথটোৱে দৈনিক অহা
“শিক্ষামন্ত্ৰীয়ে আমাক ব্লেইকমেলিং কৰিছে” এই মন্তব্য নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ।প্ৰধান শিক্ষক পদ সৃষ্টি দাবীৰে আজি নাজিৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ত আন্দোলন কাৰ্য্যসূচী গ্ৰহণ নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ।
ইখনৰ পিছত সিখন আৰক্ষী থানাত গোচৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে । এইবাৰ ৰঙিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল । ৰঙিয়াত আজি এজাহাৰ দাখিল কৰিলে ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে । উল্লেখ্য যে
■বৰক্ষেত্ৰী লাৰকুছিত ব্ৰহ্মপুত্ৰৰ মথাউৰি সংকটত । ■যিকোনো মহূৰ্তত চিঙিব পাৰে মথাউৰি। ■নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ পেৰাধৰা লাৰকুচিত ভগ্নপ্ৰায় মথাউৰিক লৈ আতংকিত হৈ পৰিছে হেজাৰ হেজাৰ লোক। ■মথাউৰিৰ গৰাখহনীয়াৰ ফলত জাহ