Year: 2023

গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ

গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ

কলিয়াবৰত বৃদ্ধি পাইছে গৰুচোৰৰ উপদ্ৰৱ। প্ৰতিনিশাই গোহালিৰ পৰা চুৰি হয় গৰু। এইবাৰ গৰু চুৰি কৰিবলৈ আহি বিলাসী বাহন এৰি পলায়ন চোৰৰ। কলিয়াবৰৰ দাৰিগজিৰ প্ৰদীপ শইকীয়া নামৰ লোকজনৰ গোহালিৰ পৰা দুটা

ভুল চিকিৎ‍সাৰ বলি হৈ ৯ মহীয়া শিশুৰ মৃত্যু

ভুল চিকিৎ‍সাৰ বলি হৈ ৯ মহীয়া শিশুৰ মৃত্যু

এটি শিশুৰ মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জত। ব্যক্তিগত হাস্পতালৰ চিকিৎ‍সাৰ ভুলৰ বাবেই মৃত্যুৰ অভিযোগ পৰিয়ালৰলোকৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা। মৃত্যু হোৱা শিশুটি বাজাৰিছড়া এলেকাৰ কিশোৰ কুমাৰ পালৰ

পথত ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ

পথত ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ

নগাঁও আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া- এলেকা কচুৱাৰ লুটুমাৰীৰ পাঁচশ এক জাজৰীত বন বিভাগ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে শুকুৰবাৰে পথত ভুঁই ৰুই এক প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে অতি

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ তীব্ৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত বাক্সা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । বাক্সা জিলা ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস

বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

বাহনৰ ফিটনেছ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন শ্ৰেণীৰ ব্যৱসায়িক বাহনলৈ বৃহৎ সকাহ দি “ফিটনেছ” অৰ্থাৎ সক্ষমতাৰ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল দ্বিতীয় আৰু শেষবাৰৰ বাবে হ্ৰাস কৰাৰ এক বিশেষ আঁচনি গ্ৰহণ কৰিছে ৷ সেই