Year: 2023

জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিংৰ ছেমি ফাইনেলত যোৰহাটৰ অবিনাশ দাস

জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিংৰ ছেমি ফাইনেলত যোৰহাটৰ অবিনাশ দাস

অসমৰ বাবে ব্ৰঞ্জৰ পদক নিশ্চিত কৰাৰ লগতে সোণৰ পদকৰ বাবে মাজত মাত্ৰ কিছুসময় বাকী । জুনিয়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা একমাত্ৰ খেলুৱৈ যোৰহাটৰ অবিনাশ দাস। যোৱা ৯ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত হৈছে পঞ্চম জুনিয়ৰ‌ বয়জ ৰাষ্ট্ৰীয় বক্সিং ২০২৩ প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত অসম

অশোকা IAS একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান

অশোকা IAS একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠান

মংগল বাৰে নগাঁৱৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অশোকা আই এ এছ একাডেমি আৰু ছোৱালী মহাবিদ্যালয়ৰ যুটীয়া সহযোগত অনুষ্ঠিত কৰে এক সম্বৰ্ধনা অনুষ্ঠান। অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱা হয় সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক পৰীক্ষাত অসমক গৌৰাম্বিত কৰা নগাঁৱৰ সু-সন্তান ময়ূৰ হাজৰিকাৰ লগতে কীৰ্তি ছাত্ৰ ছাত্ৰীক। সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰতীয় প্ৰশাসনিক সেৱা পৰীক্ষাত পঞ্চম

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মায়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকো কটু সমালোচনা !

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মায়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকো কটু সমালোচনা !

এটা সময়ত নগাঁৱৰ ৰাইজে সাংসদ প্ৰদ্যুৎ বৰদলৈক বিচাৰি বেনাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদেশ বুলি বেনাৰ মাৰিছিল। ক’ভিড আৰু বানপানীৰ সময়ত নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকীক ৰাইজে কাষত পোৱা নাছিল। নিৰ্বাচনী প্ৰচাৰৰ বাবেই সাংসদ গৰাকীয়ে নগাঁৱৰ আহ্বান আৰু নগাঁৱৰ সমিধান বুলি কায্যসূচী কৰিছিল। সাংসদ গৰাকীৰ শ্ল’গান এতিয়া তেওঁৰেই কামত দিছে। নগাঁৱৰ

বিহালীৰ কিশোৰী নিৰুদ্দেশ: অভিযোগ দাখিল কৰা ১৫ দিন পিছতো সন্ধান লাভ কৰা নাই

বিহালীৰ কিশোৰী নিৰুদ্দেশ: অভিযোগ দাখিল কৰা ১৫ দিন পিছতো সন্ধান লাভ কৰা নাই

বিহালী বুৰৈগুৰীৰ কিশোৰী নিৰুদ্দেশৰ সন্দৰ্ভত অভিযোগ দাখিল কৰা ১৫ দিন অতিক্ৰম কৰিলে, সন্ধান লাভ কৰা নাই কিশোৰীৰ আজি পিতৃৰ প্ৰতিক্ৰিয়া প্ৰকাশ সাংবাদিকৰ আগত বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈগুৰী এগৰাকী ১৫ বছৰীয়া কিশোৰীক এগৰাকী মহিলাই গুজৰাট ৰখাৰ সন্দৰ্ভত কিশোৰীৰ পিতৃ গজেন সোনাৰীয়ে বিহালী আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছত সেই অভিযোগত

বিহালীত দিন দিনে বাঢ়িবলৈ ধৰিলে বনৰীয়া হাতীৰ সন্ত্ৰাস

বিহালীত দিন দিনে বাঢ়িবলৈ ধৰিলে বনৰীয়া হাতীৰ সন্ত্ৰাস

যোৱা এসপ্তাহৰ ধৰি বিহালীত বনৰীয়া হাতীৰ সন্ত্ৰাস,দিনৰ ভাগত ব্ৰহ্মপুত্ৰ নদীত পাৰ থাকি ৰাতি হ’লে জনাঞ্চলত প্ৰৱেশ কৰে এতিয়া ৰাজ্যত হাতী মানুহৰ সংঘাট। যোৱা এসপ্তাহৰ ধৰি বন্যহস্তিৰ সন্ত্ৰাসত খেতিয়ক ৰাইজৰ সপোন ভাঙি তচ-নচ কৰিছে। বিহালীৰ বিভিন্ন পথাৰত কৃষকৰ পেলোৱা কঠীয়া খাই মুহাৰি বিস্তৰ ক্ষতি সাধন কৰিলে।এই ৪০পৰা ৫০ জনীয়া বনৰীয়া হাতীৰ