অৱশেষত পৰিয়ালৰ সৈতে সংযোগ স্থাপন হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ সোণাৰিৰ দেৱাশীষ ৰাজখোৱাৰ। প্ৰাকৃতিক বিপৰ্যয়ৰ মাজত আৱদ্ধ হৈ পৰা সোণাৰিৰ নৱ দম্পতী দেৱাশিষ ৰাজখোৱা -শিখা ফুকন আৰু শান্তনু গগৈৰ লগতে শিৱসাগৰৰ এজন লোকক কুলু জিলাৰ থালোটৰ এটা পৰিয়ালত আশ্ৰয় দিছিল প্ৰশাসনে। প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে জিলাখনত বিদ্যুত তথা ইণ্টাৰনেট সংযোগ বন্ধ
Year: 2023
সোণাৰিত উপস্থিত অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞা। নিয়মীয়া পৰিদৰ্শনৰ বাবেই উজনিৰ বিভিন্ন জিলালৈ অহা বুলি মন্তব্য আৰক্ষী মহাপৰিদৰ্শকগৰাকীৰ। চৰাইদেউ জিলাৰ বিভিন্ন চাহ বাগিচালৈ আলফা স্বাধীনে ধনদাবী পত্ৰ প্ৰেৰণ সন্দৰ্ভত দুটা গোচৰ ৰুজু কৰা বুলি মন্তব্য অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞাৰ। চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জিলাখনৰ আৰক্ষী বিষয়া
নাজিৰাৰ মনাইটিং নগাগাঁও খেলপথাৰত সদৌ অসম নগা কল্যাণ সমাজ আৰু শিৱসাগৰ জিলাৰ ৱাংচু,নক্তে আৰু কন্যাক নগা সম্প্ৰদায়ৰ লোক সকলৰ সহযোগত অনুস্থিত হয় এখন ফুটবল খেল প্ৰতিযোগিতা। বৰ্তমান একাংশ যুৱ প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হৈ ধ্বংসৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে। এই ফুটবল সদৌ অসম নগা কল্যাণ সমাজ আৰু শিৱসাগৰ জিলাৰ
কাৰ্বি আংলং জিলাৰ পৰা শিৱসাগৰ জিলাৰ নাজিৰাৰ অগ্নিনাভ মন্দিৰলৈ পদযাত্ৰা এজন ভক্তৰ। কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ পৰা হেমন্ত নাথে নিজৰ পুত্ৰৰ আশু আৰোগ্য কামনাৰে সূৰ্দীঘ ৬দিন পদযাত্ৰাৰে অতিক্ৰম কৰি আহি নাজিৰাৰ অগ্নিনাভ মন্দিৰত উপস্থিত হয়।সামাজিক মাধ্যমত অগ্নিনাভ বাবাৰ মহিমাৰ কথা জানিব পাৰি হেমন্ত নাথে নিজ পুত্ৰৰ আশু আৰোগ্য কামনাৰে পদযাত্ৰাৰে
মিঞাই মিঞাৰ কাম কৰক, অসমীয়াই অসমীয়াৰ কাম কৰিব লাগে। যিবোৰ ক্ষেত্ৰত মিঞা আগবাঢ়ি গৈছে তাত অসমীয়াই প্ৰতিযোগিতা কৰিব লাগে : মুখ্যমন্ত্ৰী