Year: 2023

কাজিৰঙাত পুনৰ সক্ৰিয় কৰা হ’ল চেঞ্চৰ কেমেৰা

কাজিৰঙাত পুনৰ সক্ৰিয় কৰা হ’ল চেঞ্চৰ কেমেৰা

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–কাজিৰঙাৰ মাজেৰে পাৰ হওতে এতিয়াৰ পৰা সাৱধান হওঁক । আপোনাৰ বাহনখন ঘণ্টাত ৪০ কিল’মিটাৰতকৈ অধিক বেগেৰে গ’লেই আপোনালৈ যাব ই- চালান ৷ কিয়নো কাজিৰঙাত পুনৰ সক্ৰিয় কৰা হ’ল চেঞ্চৰ কেমেৰা । বিগত প্ৰায় তিনিমাহ ধৰি বিকল হৈ থকা চেঞ্চৰ কেমেৰাৰ বাতৰি সবিস্তাৰে প্ৰকাশিত হৈছিল Guwahati Timesত । বন্যপ্ৰাণীৰ সুৰক্ষাৰ

অসমৰ তবলা বাদক হিমাচল প্ৰদেশৰ ভয়ঙ্কৰ দুৰ্যোগৰ আৱদ্ধ

অসমৰ তবলা বাদক হিমাচল প্ৰদেশৰ ভয়ঙ্কৰ দুৰ্যোগৰ আৱদ্ধ

হিমাচল প্ৰদেশৰ কচৌলী নামৰ এক স্থানত ১৯ জুন তাৰিখৰ পৰা পাৰৱেজ হুচেইনৰ তত্বাৱধানত ৰাষ্ট্ৰীয় পৰ্য‍্যায়ৰ এক তবলা কৰ্মশালাত ভাগ লবলৈ যোৱা অসমৰ নগাঁৱৰ বঢ়মপুৰৰ নিৰঞ্জন শইকীয়া আজিও আবদ্ধ হৈ আছে হিমাচল প্ৰদেশত। আজি পৰিৱেশ কিছু উন্নত হোৱাৰ বাবে যাতায়ত আৰম্ভ হৈছে যদিও পথৰ দুৰৱস্থাৰ বাবে কেৱল সৰু বাহনসমূহহে হিমাচল প্ৰদেশৰ

কোনটো প্লেটফৰ্মত ৰে’ল আহিব কেনেকৈ জানিব? আজিয়ে জানি থওক…

কোনটো প্লেটফৰ্মত ৰে’ল আহিব কেনেকৈ জানিব? আজিয়ে জানি থওক…

বহু সময়ত এনেকুৱা হয় যে টিকট বুকিং কৰি যেতিয়া কোনো ব্যক্তিয়ে ষ্টেচনত উপস্থিত হয় তেতিয়া তেওঁ আগতীয়াকৈ গম নাপায় কোন প্লেটফৰ্মত তেওঁৰ ৰেলখন আহিব। এনে পৰিস্থিতিত তেওঁ জানিবলৈ চেষ্টা কৰিব যে তেওঁৰ ৰেলখন কোনটো প্লেটফৰ্মত আহিব, যাতে তেওঁ সময়মতে নিজৰ ৰেলখন ধৰিব পাৰে। কাৰণ দিল্লী, মুম্বাইৰ দৰে চহৰত মূল ৰেল

বৃহৎ জয়েৰে অভিলেখ গঢ়িলে তৃণমূল কংগ্ৰেছে। বংগৰ নিৰ্বাচনত ধূলিস্যাৎ হ’ল বিজেপি

বৃহৎ জয়েৰে অভিলেখ গঢ়িলে তৃণমূল কংগ্ৰেছে। বংগৰ নিৰ্বাচনত ধূলিস্যাৎ হ’ল বিজেপি

নিৰ্বাচনী হিংসা অতিক্ৰম কৰি পশ্চিমবংগত পুনৰ বিজয় ধ্বজা উৰুৱালে তৃণমূল কংগ্ৰেছে (টিএমচি)। পঞ্চায়ত নিৰ্বাচনীৰ তিনিওটা স্তৰতে সংখ্যাগৰিষ্ঠতা লাভ কৰি অগ্ৰগতিত মমতা বাহিনী। ৰাজ্যখনৰ ৩,৩১৭খন গ্ৰাম পঞ্চায়তৰ ভিতৰত ২,৫৫২খন গ্ৰাম পঞ্চায়ত, ২৩২খন পঞ্চায়ত সমিতি তথা ২০খন জিলা পৰিষদৰ ভিতৰত ১২খন আসনতেই জয় লাভ টি এম চিৰ। আনহাতে ইয়াৰ বিপৰীতে ২১২খন গ্ৰাম

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল ৰেফাৰীত স্থান পালে গোসাঁইগাঁৱৰ প্ৰেম নাৰ্জাৰী

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল ৰেফাৰীত স্থান পালে গোসাঁইগাঁৱৰ প্ৰেম নাৰ্জাৰী

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰেফাৰীৰ শাৰীত এইবাৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ প্ৰেম নাৰ্জাৰীয়ে ৷ সুদক্ষ ফুটবল খেলুৱৈ প্ৰেম নাৰ্জাৰীয়ে অসমৰ হৈ জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেণ্টত প্ৰতিনিধিত্ব কৰাৰ পিছত ২০১৬ চনৰ পৰা ফুটবল ৰেফাৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে ৷ পৰবৰ্তী সময়ত অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডোৰ ক্লাছ’