যদি খাদ্যত অলপ নহৰু ব্যৱহাৰ কৰা হয়, তেন্তে খাদ্যৰ সোৱাদ আৰু সুগন্ধ সলনি হয়। ইয়াৰ ফলত খাদ্য অতি সোৱাদযুক্ত হয়। কেৱল এয়াই নহয়, এই নহৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী। কলেষ্টৰেলৰ
Year: 2023
শিশুৱে চাহ খোৱাত কিয় নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে চাহক কিয় শিশুৰ বাবে ভাল বুলি গণ্য কৰা নহয়। চাহ খোৱাৰ উপযুক্ত বয়স কিমান? এই প্ৰশ্নবোৰে আপোনাকো হয়টো কেতিয়াবা ভবাই তোলে।
এনে বহু নিয়ম আৰু নীতি বাস্তু শাস্ত্ৰত কোৱা হৈছে, যাৰ বাবে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়। বাস্তু শাস্ত্ৰত আচবাব, গছ-গছনি, পৰ্দা, পাকঘৰ, বাথৰুম, সজ্জা, চিত্ৰকলা আদিৰ দিশ, স্থান আৰু
কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দূৰ্নীতিনিবাৰক আৰু তদাৰকী শাখাৰ অভিযান। দূৰ্নীতিনিবাৰকৰ জালত উচ্চপদস্থ বন বিষয়া। নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলক গ্ৰেপ্তাৰ। ৫হাজাৰ টকা উৎকোছ লওতেই গ্ৰেপ্তাৰ মণ্ডলক। শালনা বনাঞ্চলিক
উদ্বেগৰ সমস্যাই আপোনাৰ কামত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কৰ ওপৰতো পৰে। গতিকে এই সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰথমে ইয়াৰ কাৰণ জনা উচিত। উদ্বেগ: বেছিভাগ মানুহেই অভিযোগ কৰে যে