Breaking: কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দূৰ্নীতিনিবাৰক আৰু তদাৰকী শাখাৰ অভিযান

Breaking: কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দূৰ্নীতিনিবাৰক আৰু তদাৰকী শাখাৰ অভিযান

কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দূৰ্নীতিনিবাৰক আৰু তদাৰকী শাখাৰ অভিযান।

দূৰ্নীতিনিবাৰকৰ জালত উচ্চপদস্থ বন বিষয়া।

নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলক গ্ৰেপ্তাৰ।

৫হাজাৰ টকা উৎকোছ লওতেই গ্ৰেপ্তাৰ মণ্ডলক।

শালনা বনাঞ্চলিক বিষয়াৰ দায়িত্বতো আছিল মণ্ডল।

দীৰ্ঘদিনে শালনাত কাৰ্যনিৰ্বাহ কৰিছিল মণ্ডলে।

কনক হাজৰিকা নগাঁও

Shahnawaz Hamza