Year: 2023

ৰুদ্ৰাক্ষই ৰাশিফলৰ বেয়া গ্ৰহবোৰৰ কুপ্ৰভাৱ হ্ৰাস কৰে…

ৰুদ্ৰাক্ষই ৰাশিফলৰ বেয়া গ্ৰহবোৰৰ কুপ্ৰভাৱ হ্ৰাস কৰে…

ৰুদ্ৰাক্ষ হৈছে Eleaocarpus ganitrus গছৰ বিজ বা ফল যাক এক পবিত্ৰ ৰত্ন ৰূপত চিনি পোৱা যায়। ঋষি, জ্যোতিষী আৰু অন্যান্য আধ্যাত্মিক সত্তাৰ দ্বাৰা পৰিধান কৰা এটা বিখ্যাত ৰত্নৰ ভিতৰত এইটো এটা। ইয়াৰ ব্যৱহাৰ বেছিভাগ সৰু বা ডাঙৰ ধৰ্মীয় ৰীতি-নীতিত কৰা হয়। ( Religious Studies ) ইয়াক কেৱল হিন্দু ধৰ্ম নহয়

আজি বিহালী হাতীবন্ধাত শংকৰ পুথিভঁৰালৰ উদ্যোগত  কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

আজি বিহালী হাতীবন্ধাত শংকৰ পুথিভঁৰালৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

আজি বিহালী সমষ্টিৰ গাংমৌ থান গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাতীবন্ধাৰ শংকৰ পুথিভঁৰালৰ উদ্যোগত আৰু হাতীবন্ধা গাঁওৰ ৰাইজৰ সহযোগত কৃতি ছাত্র-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। দিনৰ ১১ বজাত সোনাৰীপাৰ সত্ৰৰ সত্ৰাধিকাৰ হৰেন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত উপস্থিত থাকে লগতে বিহালী

নগাঁৱৰ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি,ভল্টেজ নথকাত ৰাইজে ঘেৰাও কৰিলে কাৰ্যালয়

নগাঁৱৰ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি,ভল্টেজ নথকাত ৰাইজে ঘেৰাও কৰিলে কাৰ্যালয়

নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই নগাঁও জিলাৰ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ প্ৰবন্ধকৰ কাৰ্যালয়ত আজি একাংশ ৰাইজ উপস্থিত হৈ বিদ্যুৎ বিভাগৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমাত চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালত আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতাৰ মুছলিম

এই ৰাশিবোৰ লক্ষ্মী-নাৰায়ণৰ প্ৰিয়, পঢ়ক কোন ৰাশি বৰ প্ৰিয়

এই ৰাশিবোৰ লক্ষ্মী-নাৰায়ণৰ প্ৰিয়, পঢ়ক কোন ৰাশি বৰ প্ৰিয়

ভগৱান বিষ্ণু জগতৰ ৰক্ষক। তেওঁৰ কৃপাত মানুহে জীৱনৰ প্ৰতিটো সমস্যা অতিক্ৰম কৰিব পাৰে। ভগৱান বিষ্ণুৱে প্ৰতিজন ভক্তৰ ওপৰত আশীৰ্বাদৰ বৰষুণ কৰে, কিন্তু কিছুমান ৰাশিৰ অসীম আশীৰ্বাদ আছে। জ্যোতিষৰ মতে এনে কিছুমান ৰাশি আছে। যাৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় থাকে। প্ৰতিজন ব্যক্তিয়ে জীৱনত ধনী হ’ব বিচাৰে। সকলো বস্তুগত সুখ উপভোগ