নিজকে সুস্থ ৰাখিবলৈ বহুতেই চেনীৰ পৰিৱৰ্তে গুড় খোৱা দেখা যায় । কিন্তু গুড় কেতিয়াও চেনীৰ পৰিপূৰক নহয় । এইকথা অৱশ্যে আমি কোৱা নাই । এইকথা কৈছে পুষ্টিবিদে । এই দুয়োবিধ মিঠাৰ ক্ষেত্ৰত যদিও গুণগত পাৰ্থক্য আছে তথাপি ই চেনীৰ পৰিপূৰক হ’ব নোৱাৰে । এই সন্দৰ্ভত পুষ্টিবিদে কৈছে যে, চেনীৰ পৰিৱৰ্তে
Year: 2023
আমাৰ সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা। মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশবোৰেই গীতাত উল্লেখ আছে। আহকচোন আজি জানি লওঁ কৃষ্ণই গীতাত কোৱা কেইটামান উপদেশৰ বিষয়ে – ১/ নকলতকৈ আচলত সদায় ভাল! ২/ আশাৰ অন্ত পৰিলে শান্তি আৰম্ভ
ডায়েবেটিচ এটা ঘাতক ৰোগ । এই ৰোগৰ কোনো প্ৰতিষেধক নাই । কিছুমান আয়ুৰ্বেদিক তথা ঘৰুৱা পদ্ধতিৰে এই ৰোগৰ পৰা বাচি থকাৰ উপায় আছে । এজন ডায়েবেটিচ ৰোগীয়ে খুব সাৱধানে খাদ্যতালিকা প্ৰস্তুত কৰিব লাগে । কোনো কোনোৱে বিশ্বাস কৰে যে ,নহৰুৱে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণ কৰাত যথেষ্ট সহায় কৰে । ডায়েবেটিচ ৰোগীয়ে
সোমবাৰটো ভগৱান শিৱৰ দিন।এই দিনটোত শিৱৰ উপাসনা কৰোতে ভক্তসকলে নিশ্চিতভাৱেই ‘ওম নম: শিৱায়’ উচ্চাৰণ কৰে।আচলতে, এই মন্ত্ৰ উচ্চাৰণ নকৰিলে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।বিশ্বাস কৰা হয় যে, এই মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সকলো ইচ্ছা পূৰণ কৰে।’ওম নম: শিৱায়’ৰ অৰ্থ আৰু এই মন্ত্ৰ জপ কৰাৰ
যিসকল পুৰুষে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে এতিয়া সাৱধান হোৱা উচিত। অন্যথা অনাগত দিনত ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাৰণ বিজ্ঞানীসকলে বাৰে বাৰে দাবী কৰি আহিছে যে দশক দশক ধৰি বিশ্বজুৰি শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাই আহিছে। কিন্তু ইয়াৰ সঠিক কাৰণৰ অনুসন্ধান চলি আছে। ইপিনে, তাৰমাজতে চুইজাৰলেণ্ডৰ এদল গৱেষকৰ গৱেষণা