বেংকৰ বন্ধৰ তালিকা জুলাই মাহত আহিছে, সেয়েহে যদি আপুনি ঘৰৰ বাহিৰত বেঙ্কৰ কাম নিষ্পত্তি কৰিবলৈ গৈ আছে, তেন্তে নিশ্চিতভাৱে এবাৰ এই বাতৰিটো পঢ়ক। অন্যথা আপুনি বেঙ্কত উপস্থিত হোৱাৰ লগে লগে তলাটো বাহিৰত ওলমি থকা দেখা পাব আৰু আপোনাৰ কাম আধৰুৱা হৈ ৰয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা বন্ধৰ তালিকা অনুসৰি,
Year: 2023
নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকর্মী হৰেশ্বৰ দেৱ গোস্বামীৰ পৱিত্ৰ সোৱৰণত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভা খন। অসমৰ প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱাই সভাপতিত্ব কৰে স্মৃতিচাৰণ সভাখনিৰ। উক্ত সভাখনত হৰেশ্বৰ দেৱ গোস্বামীক মৃত্যুৰ সময়ত সহায় কৰা মঃ হজৰত আলিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মানৱ আৰু মনৱতাক ভাল পোৱা মঃ
বুধবাৰে নগাঁও চহৰৰ মাজমজিয়াত মুকলি কৰা হয় এখন অত্যাধুনিক ৰেষ্টুৰেণ্ট। মুকলি হোৱা ৰেষ্টুৰেণ্ট খনৰ নাম টেষ্ট অফ টাউন। অত্যাধুনিক ৰেষ্টুৰেণ্ট খন বুধবাৰে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। টেষ্ট অফ টাউন নামৰ ৰেষ্টুৰেণ্ট খনৰ স্বত্বাধিকাৰী হীৰক বৰায়ে কয় যে ৰেষ্টুৰেণ্ট খন নিৰ্মান হওঁতে প্ৰায় ১
১৯৮৩ চনৰ এক জুলাইত যোৰহাটক জিলা ঘোষণা কৰা হৈছিল। সেই লৈ যোৰহাট জিলা প্ৰশাসনে আজিৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিছে।আজি প্ৰথম দিনাৰ বিভিন্ন বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত টীয়ক সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী পঞ্চায়তত যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে জলজীৱন আঁচনিত নিৰ্মাণ কৰা চূড়ামণি নতুন পানী যোগান আঁচনিৰ শুভ উদ্বোধন
আজি সমগ্ৰ বিশ্বৰ লগতে ইচলাম ধৰ্মীয় লোকসকলে নাজিৰাত পালন কৰে পবিত্ৰ ঈদ-উল-আজহাৰ। নাজিৰাৰ চাৰিআলি ঈদগাহ ময়দানত নাজিৰাৰ কেইবাটাও জামাতৰ পৰা আহি ইচলাম ধৰ্মীয় লোকসকলে সমূহীয়াকৈ পবিত্ৰ ঈদ-উল-আজহাৰ নামাজ পঢ়ে। এই পবিত্ৰ ঈদ-উল-আজহাৰ নামাজত চাৰি সহস্ৰাধিক ইচলাম ধৰ্মীয় লোকে অংশগ্ৰহণ কৰে।ভাতৃত্ববোধ-বিশ্ব শান্তিৰ বাবে দোৱা কৰা নামাজত ইমামতিত্ব কৰে মৌলানা চহিদুল ইচলাম