বিজেপি দলে ৰাজ্যজুৰি পঞ্চায়ত আৰু লোকসভা নিৰ্বচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ইতিমধ্যে । বিভিন্ন উন্নয়ন মুলক কামকাজৰ খতিয়ান লৈ ৰঙিয়াত ৰাইজৰ ওচৰত সাংসদ দিলীপ শইকিয়া । সাংসদ দিলীপ শইকিয়াই ৰঙিয়াৰ কেবাগৰাকী
Year: 2023
ৰঙিয়াৰ ভাতকুছিত কৰুণ ঘটনা । মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ । মৃত যুৱকজন হৈছে ৰঙিয়াৰ সমীপৰ উদিয়ানাৰ আজিজুল হক ওৰফে অজিত (৩২) । জানিব পৰামতে সোমবাৰে ৰাতিপুৱা কেইগৰাকীমান বন্ধুৰ
বিশ্বনাথত আজি বিশ্বৰ সকলো ঠাইতে ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপনৰ উপৰিও বিশ্বনাথ প্ৰশাসনে অসমৰ বিশ্বনাথ জিলাতো এক কাৰ্যসূচী আয়োজন কৰে। হেৰ’ইন, গাঞ্জা আৰু মাদক দ্ৰব্যৰ জুই
নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত ৰাইজে কৰায়ত্ব কৰিলে চোৰ। ধৃত চোৰটো ইছলামপট্টিৰ ছহিদূল ইছলাম। দীপালি কোঁৱৰ নামৰ মহিলা গৰাকীৰ ঘৰত কৰিছিল চুৰি। চুৰি কৰি পলাবলৈ লওঁতেই ৰাইজে আবদ্ধ কৰিলে চোৰ ছহিদূলক। ৰাইজে
ড্ৰাগছ, তীৰৰ ব্যৱসায়ত জড়িত কংগ্ৰেছ নেতা। কংগ্ৰেছ নেতা জেহিৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ। কংগ্ৰেছ নেতা ফকৰুদ্দিন আহমেদে নগাঁও প্ৰেছক্লাৱত আয়োজন কৰিলে সংবাদমেলৰ। ডাকৰঘাট গাঁও পঞ্চায়তত জেহিৰুলে সংঘটিত কৰিছে ব্যাপক দূৰ্নীতি।