নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত ৰাইজে কৰায়ত্ব কৰিলে চোৰ।

নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত ৰাইজে কৰায়ত্ব কৰিলে চোৰ।

নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত ৰাইজে কৰায়ত্ব কৰিলে চোৰ।

ধৃত চোৰটো ইছলামপট্টিৰ ছহিদূল ইছলাম।

দীপালি কোঁৱৰ নামৰ মহিলা গৰাকীৰ ঘৰত কৰিছিল চুৰি।

চুৰি কৰি পলাবলৈ লওঁতেই ৰাইজে আবদ্ধ কৰিলে চোৰ ছহিদূলক।

ৰাইজে হয়বৰগাঁও আৰক্ষীক গতালে ধৃত চোৰটোক।

Shahnawaz Hamza