মেষ ৰাশি : শ্ৰীগণেশে কৈছে, মেষ ৰাশিৰ জাতক-জাতিকাৰ সন্তোষজনক স্বভাৱে তেওঁক প্ৰতিকূল পৰিস্থিতিতো ধৈৰ্য ৰাখিবলৈ সহায় কৰিব। পৰিকল্পিত কাম শেষ নোহোৱাৰ ফলত খং উঠিব পাৰে। কিন্তু কাৰো মিঠা ব্যৱহাৰত সেই খং শান্ত হৈ পৰিব। ব্যৱসায়ত ডাঙৰ ভুল হোৱাৰ সম্ভাৱনা আছে। কিন্তু কোনো এক আত্মীয় কাষত থকাৰ ফলত ডাঙৰ ক্ষতিৰ পৰা
Year: 2023
নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীয়ে ৰাষ্টীয় পৰ্যায়ত কৃতিত্ব লাভ কৰিছে ৷ সুৰনন্দন ভাৰতীৰ কলকতা ব’ৰ্ডৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ শিক্ষাৰ্থী তিস্তা কলিতাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ ছাত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰী তিস্তা কলিতাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত কুমাৰ প্ৰিন্স আৰু
নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰবিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৃথিৱীৰ সেউজীয়া মানুহ,”ফৰেষ্ট মেন অফ ইণ্ডিয়া” অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক ২০২৩ বৰ্ষৰ “শ্বহীদ কৰম সিং জনমভূমি বঁটা” প্রদান কৰা হয় ৷ বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰে “আমাৰ অসম” কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে ৷ বঁটাগ্ৰহণ
পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক । দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত গ্ৰেপ্তাৰ সুধীৰ পাল। উৎকোচ লৈ থাকোতে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলজনক।
সোমবাৰে ছত্তিশড়ৰ বলুদাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এখন চাৰি চকীয়া কাৰত আহি থকা নৱ বিবাহিত দম্পত্তিসহ মুঠ ৫ জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি এজন যুৱকৰ বিয়াৰ পৰা ঘূৰি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। বিপৰীত দিশৰ এখন ট্ৰাকৰ সৈতে হোৱা মুখামুখী সংঘৰ্ষ হোৱাৰ