ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ মতে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এন আৰ চিৰ কথা কৈছে। তেওঁ কয়, এন আৰ চিৰ সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ তদাৰক আৰু নিৰ্দেশত চলি
Year: 2023
হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলত ভাগ্য উদয় হ’ল ইনজামামুল আৰু তেওঁৰ ভিনিয়েকৰ। ৭৬ লাখ টকীয়া বিলাসী ৰেঞ্জ ৰোভাৰৰ গৰাকী হ’ল কালঝাৰৰ ট্ৰেক্টৰ চালক ইনজামামুল হক। দেওবাৰে নিশা হাউলী ৰাস মহোৎসৱৰ লটাৰি খেলৰ ফলাফল ঘোষণা কৰা হৈছিল। উল্লেখ্য যে, এই লটাৰি খেলখনত ইনজামামুলৰ ভিনিয়েক ছাইফুল ইছলামে ষষ্টদশ পুৰষ্কাৰ ৱাগানাৰ বাহন
বৰপেটাৰ হাউলী ৰাস মহোৎসৱ সমগ্ৰ ৰাজ্যতে অতি জনপ্ৰিয়। প্ৰতিবছৰে এই মহোৎসৱ ১০–১৫ দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। হাউলীৰ ৰাসত মূৰ্তি প্ৰদৰ্শনীৰ উপৰিও এই মহোৎসৱত আয়োজন কৰা লটাৰি প্ৰতিযোগিতা অতি বিখ্যাত। উপহাৰ কুপনৰ খেলখনে সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰে। ইয়াত পুৰষ্কাৰ হিচাপে বিলাসী বাহন দিয়া হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোক ইয়ালৈ
মান্যতা অনুসাৰে-এই ৬টা কাৰ্য্য কৰিলে-ভগৱান শ্ৰী কৃষ্ণক প্ৰসন্ন কৰিব পৰা যায়।কোৱা হয়-গোপালে সকলো মনৰকামনা পূৰ্ণ কৰে।( Religious Studies ) ভগৱান শ্ৰী কৃষ্ণ-এনে এজন দেৱতা হয়-যাক প্ৰসন্ন কৰিবলৈ বহুত সহজ হয়।কোৱা হয় যে-নটখট নন্দ গোপাল বহু সময়লৈকে কাৰোবাৰ ওপৰত ৰুষ্ট হৈ থাকিব নোঁৱাৰে।ভগৱান শ্ৰী কৃষ্ণৰ প্ৰতিমাৰ পৰা-ওলাই অহা সামান্য হাঁহিটিয়ে ভক্তসকলৰ
সূৰ্যৰ পোহৰৰ উপকাৰ: শীতকালত ১০ মিনিট ৰ’দত বহিলে শৰীৰৰ বহু উপকাৰ হ’ব। শীতকাল অহাৰ লগে লগে মানুহে ৰ’দত বহি ভাল পায়, কিন্তু কিছুমানে ৰ’দত বহি একেবাৰে ভাল নাপায়। যদি আপুনি ১০ মিনিট হ’লেও ৰ’দত বহে তেন্তে আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ কম হ’ব। শীতকালত সূৰ্যৰ পোহৰৰ অতি প্ৰয়োজন হয়। আনহাতে