Year: 2023

নগাঁৱত “ক্ৰান্তিকাল প্ৰকাশন” পাঁচখন গ্ৰন্থ উন্মোচন

নগাঁৱত “ক্ৰান্তিকাল প্ৰকাশন” পাঁচখন গ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১১জুন:–নগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী “ক্ৰান্তিকাল প্ৰকাশন” গোষ্ঠীৰ ৰূপালী জয়ন্তী আৰু অজন্তা প্ৰেছৰ স্বৰ্ণজয়ন্তী উপলক্ষে ৰবিবাৰে প্ৰকাশন গোষ্ঠীটোৱে প্ৰকাশ কৰি উলিওৱা ৫খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । এই উপলক্ষে নগাঁও

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

নিউজ ব্যুৰ’,নগাঁও,১০জুন:–কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা নগাওঁ জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী পেটবঢ়াৰ ধেমাজীৰ দুজন যুৱক যোৱা ৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকাৰ বাতৰিয়ে অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিৰুদ্দেশ হৈ থকা যুৱক

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,১০জুন:–নগাঁও জিলাৰ কলিয়াবৰৰ অগ্ৰণী শিক্ষানুষ্ঠান জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীৰ “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” অনুষ্ঠিত হয় । অনুষ্ঠানত জখলাবন্ধা উচ্চতৰ

নগাঁৱৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত “গৰখীয়া সৱাহ-শৰাইৰ এদিন”ৰ প্ৰস্তুতি

নগাঁৱৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত “গৰখীয়া সৱাহ-শৰাইৰ এদিন”ৰ প্ৰস্তুতি

নিউজ ব্যুৰ’,নগাঁও,১১জুন:–মধ্য অসমৰ প্ৰায় ৩৫০ বছৰীয়া পুৰাতন ভক্তপ্ৰাণ ৰাইজৰ ভক্তিৰ স্থলীৰূপে পৰিচিত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ উনত্ৰিংশত্তম বাৰ্ষিক সেৱা “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটি চলিত