Year: 2023

ম্যানমাৰ’ৰ মন্তব্যক লৈ কপিল ছিবালক ক্ষমা খুজিবলৈ দাবী দেৱব্ৰত শইকীয়াৰ

ম্যানমাৰ’ৰ মন্তব্যক লৈ কপিল ছিবালক ক্ষমা খুজিবলৈ দাবী দেৱব্ৰত শইকীয়াৰ

অসমৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক ‘ম্যানমাৰ’ মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ কৈছে। আনকি ছিবালক অসম সম্পৰ্কে ভুল তথ্য খুৱাই দিয়াৰ অভিযোগত জমিয়ত উলেমা-ই-হিন্দ আৰু আমছুৰ নামো উল্লেখ কৰে। অসম চিএলপিৰ নেতা তথা বিধানসভাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই ‘ম্যানমাৰ’ৰ মন্তব্যক লৈ জ্যেষ্ঠ

মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল

মিত্ৰতা নকৰালৈকে হাৰিয়েই থাকিব কংগ্ৰেছ : বদৰুদ্দিন আজমল

AIUDF ৰ কাৰণে নিৰ্বাচন বহুত ভাল হ’ব ৷ AIUDF ৰ কাৰণে নগাঁও, কৰিমগঞ্জ, ধুবুৰী ভাল হৈছে ৷ আমি খেলিম, আমি জিকিম ৷ এই মন্তব্য AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ ৷ বিলাসীপাৰাত শনিবাৰে অনুষ্ঠিত হোৱা এক দলীয় সভাত এই মন্তব্য কৰে আজমলে ৷ উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য

গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!

গুৱাহাটী হ’ব ক্লীন, নাথাকিব ডাষ্টবিন!

গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰিবলৈ অহৰহ চেষ্টা কৰিয়েই আছে GMCয়ে। লৈছে ইটোৰ পাছত সিটো বৃহৎ বৃহৎ প্ৰকল্প। কিন্তু আজিকোপতি সম্পূৰ্ণ সফল হ’ব পৰা নাই গুৱাহাটী পৌৰ নিগম। আজিও মহানগৰীৰ বিভিন্ন পথ-উপ পথত জমা হৈ থকা জাৱৰৰ দ’মৰ ওচৰেৰে পাৰ হওতে নাক কোচাবলগীয়া হয় মহানগৰবাসী। উলিয়াব পৰা নাই কোনো স্থায়ী সমাধান। শনিবাৰে

২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ

২৫ ডিচেম্বৰৰ পৰা তিনি ৰাশিৰ ভাগ্য সলনি হ’ব! ধন শক্তি ৰাজযোগত কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ ধনৰ আগমন ঘটিব? জানি থওক সবিশেষ

ডিচেম্বৰ মাহত যুঁটি বান্ধিছে মঙল আৰু শুক্ৰই। ইয়াৰ ফলত অতি শুভ এক ৰাজযোগৰ নিৰ্মাণ হ’ব। আগন্তুক ২৫ ডিচেম্বৰত বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই। এই ৰাশিত পূৰ্বৰে পৰাই মঙল বিৰাজমান। শুক্ৰৰ প্ৰৱেশৰ ফলত মঙলৰ সৈতে যুঁটি হ’ব এই গ্ৰহৰ। তৈয়াৰ হ’ব ধন শক্তি ৰাজযোগৰ। এই শুভ যোগৰ প্ৰভাৱত সমস্ত ৰাশিৰ জীৱনত

মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

মঙল-বৃহস্পতিৰ পৰিবৰ্তন যোগত ভাগ্যোন্নতি ৩ ৰাশিৰ, বাঢ়িব আয়

কোষ্ঠীত উপস্থিত গ্ৰহৰ অৱস্থানে বিভিন্ন সময়ত বিভিন্ন ৰাজযোগ তৈয়াৰ কৰে। কোষ্ঠীত অনুকূল কক্ষত উপস্থিত গ্ৰহৰ অন্য কক্ষৰ গ্ৰহৰ যুঁটি হ’লে ৰাজযোগ তৈয়াৰ হয়। তেনে ৰাজযোগেই তৈয়াৰ কৰিছে বৃহস্পতি আৰু মঙলে। জ্যোতিষ অনুযায়ী গ্ৰহৰ সেনাপতি মঙলে ২৭ ডিচেম্বৰৰ নিশা ১১ বাজি ৪০ মিনিটত ধনু ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিৰ অধিপতি হৈছে