⭕আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।⭕গৃহমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণক লৈ পথ নিৰ্দেশনা জাৰি।⭕কেইবাটাও পথত বাহাল থাকিব নিষেধাজ্ঞা।⭕জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য বাহনত নিষেধাজ্ঞা।⭕NH27, NH 17ত লঘু-গধুৰ বাণিজ্যিক বাহনৰ প্ৰৱেশত নিষেধাজ্ঞা।⭕২৫
Year: 2023
গুৱাহাটী প্ৰেছ ক্লাবৰ ২০২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নির্বাচন সমিতিয়ে । নির্বাচন সমিতিয়ে ইতিমধ্যে ভোটাৰ তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি এইবাৰৰ গুৱাহাটী প্ৰেছ ক্লাবৰ মুঠ ভোটাৰৰ সংখ্যা ৯৯৮ । সদস্য পদৰ বাবে মুঠ
আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ নিৰ্দেশ মৰ্মে লখিমপুৰত নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ ‘অপাৰেচন ক্লিন লখিমপুৰ’ নাম দি দীৰ্ঘ
গুৱাহাটীৰ এটা ব্যক্তিগত ছাত্রী নিবাসত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহানগৰীৰ ভঙাগড়ৰ সৰ্বোদয়া পথত থকা মিহিৰ কিৰণ পেয়িং গেষ্টত সোমবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনটো। আত্মহননৰ
গুৱাহাটীৰ চাঞ্চল্যকৰ দ্বৈত হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাসহ তিনি অভিযুক্তৰ বিৰূদ্ধে আজিৰে পৰা কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷ বিচাৰ প্ৰক্ৰিয়াৰ পূৰ্বে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ