🔴 মেট্ৰিকত ৰাজ্যৰ ভিতৰত অষ্টম স্থানত গহপুৰৰ পাৰ্থ প্ৰতিম ভূঞা।🔴 গহপুৰৰ বৰঙাবাৰীৰ মৰ্ণিংষ্টাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পাৰ্থ প্ৰতিমৰ মুঠ নম্বৰ ৫৮৭।
Year: 2023
🔴 মেট্ৰিকৰ ফলাফলত ষষ্ঠ স্থানত ডিব্ৰুগড়ৰ অক্ষয় কায়াল।🔴 বৈৰাংগীমঠ ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অক্ষয়ৰ মুঠ নম্বৰ ৫৮৯।
🔴 ছিপাঝাৰৰ ডুমুনীচকী ইংলিচ স্কুলৰ ছাত্ৰী নীলুফাৰ ৰহমানৰ মেট্ৰিকত তৃতীয় স্থান দখল🔴 ছাত্ৰীগৰাকীয়ে লাভ কৰে মুঠ ৫৯২ নম্বৰ
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৪৪ নম্বৰ পাই সপ্তম স্থান দখল নাছিৰুজ্জামান ফাৰুকীৰ । আল-আযান ইছলামিক মডেল স্কুল, কামৰূপ (গ্ৰাম্য)ৰ ছাত্ৰ নাছিৰুজ্জামান।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৯৩ নম্বৰ পাই অষ্টম স্থান দখল ফাৰহান আছিফ আৰাবীয়াৰ। ব্ৰক্ষ্মপুত্ৰ জাতিয় বিদ্যালয়, ধুবুৰীৰ ছাত্ৰ ফাৰহান