Year: 2023

গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব

গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব

গৰ্ভাৱস্থাত মহিলাসকলে সঠিক খাদ্য তথা পানীয় গ্ৰহণত সচেতন হোৱাৰ উপৰিও সঠিক আৰু আৰামদায়ক কাপোৰ পিন্ধাটো ক্ষেত্ৰটো মন দিয়াৰ দৰকাৰ। শৰীৰত ভ্ৰূণটো বিকশিত হোৱাৰ লগে লগে এগৰাকী মহিলাৰ শৰীৰৰ আকৃতি সলনি হয়। যাৰ বাবে এই সময়ছোৱাত যিমান পাৰি আৰামদায়ক কাপোৰ পিন্ধিব লাগে। যিসকল মহিলাৰ জিনছ পিন্ধাৰ অভ্যাস আছে, তেওঁলোকৰ বাবে এই

গৰ্ভধাৰণ কৰা মহিলাসকল ভ্ৰমণৰ সময়ত সাৱধান হওঁক

গৰ্ভধাৰণ কৰা মহিলাসকল ভ্ৰমণৰ সময়ত সাৱধান হওঁক

প্ৰতিগৰাকী মহিলাৰ বাবেই গৰ্ভধাৰণৰ সময়খিনি খুবেই বিশেষ হয়। গৰ্ভাৱস্থাত শৰীৰটোৰ অতিৰিক্ত যত্ন লোৱাৰ প্ৰয়োজন। গৰ্ভাৱস্থাত খোৱা-বোৱাৰ পৰা ধৰি উঠি বহালৈ, প্ৰায় সকলো সময়তে মহিলাগৰাকীয়ে নিজৰ যত্ন ল’ব লাগে। আনহাতে, যদি মহিলাসকলে গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰে, তেন্তে তেওঁলোকে আৰু অধিক নিজৰ যত্ন লোৱাটো দৰকাৰ। গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰিলে এগৰাকী মহিলাই কোনবোৰ

ভাল আচৰণ নকৰা শিশুৰ অভিভাৱকে এইসমূহ দিশত গুৰুত্ব দিব

ভাল আচৰণ নকৰা শিশুৰ অভিভাৱকে এইসমূহ দিশত গুৰুত্ব দিব

কিছুমান শিশুৰ খং খুব বেছি।সৰু সৰু কথাতেই তেওঁলোক জাঙুৰ খাই উঠে। বহুসময়ত তেওঁলোকে সম বয়সৰ শিশুক প্ৰহাৰ পৰ্যন্ত কৰে।যদি আপোনাৰ সন্তানেও এনে কাম কৰে, তেন্তে ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ আচৰণ আনৰ প্ৰতি ভাল নহয়।এনে আচৰণৰ বাবে সকলো তেওঁৰ পৰা আঁতৰি যাব। কোনো সংগ নহ’ব, আনকি কোনেও শিশুটোৰ লগত কথাও নাপাতিব।

আপোনাৰ সন্তানেও আপোনাক মিছা কথা কয় নেকি ?

আপোনাৰ সন্তানেও আপোনাক মিছা কথা কয় নেকি ?

সকলো অভিভাৱকেই তেওঁলোকৰ সন্তান বন্ধুৰ দৰে হোৱাটো বিচাৰে।যাতে সন্তানে সকলো কথায়েই তেওঁলোকৰ সৈতে মুকলিকৈ পাতিব পাৰে, যিকোনো সমস্যা হ’লে যাতে সন্তানে তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে। কিন্তু বহুসময়ত সন্তানসকলে তেওঁলোকৰ কথাবোৰ পিতৃ-মাতৃৰ আগত ক’বলৈ সংকোচ কৰে।যদি আপোনাৰ সন্তানেও মিছা কোৱা বা কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে, তেনেহ’লে আপুনি অলপ সতৰ্ক হোৱা

আপোনাৰ সন্তানেও পঢ়িবলৈ মন নকৰে নেকি ?

আপোনাৰ সন্তানেও পঢ়িবলৈ মন নকৰে নেকি ?

বহু শিশু পঢ়াত অতি আগ্ৰহী। ইয়াৰ বিপৰীতে একাংশৰ আকৌ পঢ়া-শুনাৰ প্ৰতি একেবাৰেই আগ্ৰহ নাথাকে। এনে শিশুসকলক যেতিয়াই আপুনি পঢ়িবলৈ কয়, তেওঁলোকে তেতিয়াই কিবা নহয় কিবা অজুহাত দেখুৱাই পঢ়াৰ পৰা পলাই ফুৰে।পঢ়াৰ সময়ত তেওঁলোকৰ টোপনি, ভোক বা মুৰৰ বিষ হোৱাৰ আৰম্ভ হয়। শিশুৰ এনে স্বভাৱৰ বাবে বহু সময়ত অভিভাৱকসকলে অতিষ্ঠ হৈ