বকোৰ ছমৰীয়াত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এজনক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কাননগো প্ৰদীপ কলিতাক। ৩ হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ। নথি শুধৰণিৰ বাবদ লৈছিল উৎকোচ। প্ৰদীপ কলিতাক সোধা-পোছা অব্যাহত।
চৰকাৰী দৰমহাৰে পেট নভৰে, ৩ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল কাননগো প্ৰদীপ কলিতা
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author