২০ জানুৱাৰীত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ….

0 min read

🔷 অংশ ল’ব অসম আৰক্ষী কামাণ্ডোৰ দীক্ষান্ত সমাৰোহত

🔷 সৰুসজাইত হ’ব পাচিং আউট পেৰেড সমাৰোহ

🔷 দীক্ষা সমাপ্ত কৰা কামাণ্ডোৰ অভিবাদন ল’ব গৃহমন্ত্ৰীয়ে

🔷 অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

🔷 সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ অসম আৰক্ষীৰ

You May Also Like

More From Author