অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষা!

1 min read

অহা বছৰৰ পৰা নাথাকিব মেট্ৰিক পৰীক্ষা!

🔷 এই বছৰ অন্তিমবাৰলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

🔷নতুনত্বৰে অনুষ্ঠিত হ’ব এইবাৰৰ মেট্ৰিক। চাৰিটাকৈ বিষয়ত ব্যৱহাৰ হ’ব OMR SHEET

🔷ক’লা আৰু নীলা ৰঙৰ চিয়াহীৰে লিখিব লাগিব
উত্তৰ, ১০ মিনিট পূৰ্বেই পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিব লাগিব।

You May Also Like

More From Author