শৰীৰত পানীৰ অভাৱে ৰক্তসঞ্চালন, যকৃৎ আৰু বৃক্কত বহুতো প্ৰভাৱ পেলাব পাৰে। পানীৰ অভাৱত বহু অংগৰো ক্ষতিসাধন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি প্ৰতিদিনে আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ শৰীৰত পানীৰ অভাৱ হৈছে। যেনে-ছাল শুকান, কোষ্ঠকাঠিন্যৰ সমস্যা, মূৰৰ বিষ আৰু ভৰিৰ বিষ আৰু জঠৰতা। আজি আমি এই ৰোগৰ বিষয়ে জানো আহক।
Month: January 2024
জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত এনে বহু ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছে, যাৰ দ্বাৰা ঘৰত সুখ, সমৃদ্ধি আৰু শান্তি বজাই ৰাখিব পাৰি। কোৱা হয় যে যদি ৰাতিপুৱাটো ভালকৈ আৰম্ভ হয় তেন্তে গোটেই দিনটো শুভভাৱে পাৰ হৈ যায়। আজি আমি আপোনালোকক ক’ম ৰাতিপুৱা কৰিবলগীয়া কিছুমান কামৰ বিষয়ে, যদি এই কাম দৈনিক কৰা হয়
দিশ অনুযায়ী বাস্তুৰ অৱস্থান নির্ণয় কৰাটো অতি প্ৰয়োজনীয় কথা। পঞ্চ তত্ত্বৰ ওপৰত ভিত্তি কৰি বাস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিলে মানুহেবিভিন্ন ধৰণৰ আহুকালৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে। সেইবাবে গৃহ আদি নিৰ্মাণ কৰাৰ সময়ত সদায় দিশ অনুযায়ী বাস্তুৰ স্থান নির্ণয় কৰি ল’ব লাগে। উত্তৰ-পূবঃ উত্তৰ-পূব দিশটো বাস্তু বিজ্ঞান অনুযায়ী পানীৰ স্থান।
কিছুমান ঘৰত স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া হয়, যাৰ ফলত ঘৰৰ পৰিৱেশ অশান্তিকৰ হৈ পৰে। কেতিয়াবা এই কাজিয়াবোেৰ ইমানেই বাঢ়ি যায় যে স্বামী-স্ত্ৰীৰ সম্পৰ্কত ফাঁট মেলে। মানুহৰ ভুলৰ লগতে বাস্তুৰ দোষো এই কাজিয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে যি ঘৰত শান্তি থাকে সেই ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে। ঘৰত শান্তি
সম্পৰ্কৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকল বেছি আৱেগিক বুলি কোৱা হয় যদিও গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে ব্রেকআপৰ সময়ত মহিলাতকৈ পুৰুষসকলৰ হৃদয় বেছিকৈ ভাঙে। ব্রেকআপৰ সময়ত পুৰুষসকলে আৱেগিকভাৱে অধিক প্ৰভাৱিত হয়। ব্রিটেইন আৰু ছুইজাৰলেণ্ডৰ বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে এই কথা সদৰী কৰিছে। কোৱা হয় যে ভালপোৱা আৰু সেই ভালপোৱা বজাই ৰখা দুটা বেলেগ কথা আৰু