অহা সপ্তাহতে মহাশিৱৰাত্ৰি! পূজাৰ সময় কেতিয়া? সকলো জানি লওক

0 min read

ফাগুণৰ অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান মহাশিৱৰাত্ৰি। এই বছৰ এই পাৰ্বণ পালন কৰা হ’ব ৮ মাৰ্চত।
প্ৰতি বছে ফাগুণ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত এই অনুষ্ঠান উদযাপন কৰা হয়।
এই বছৰ চতুৰ্দশী তিথি আৰম্ভ হ’ব ৭ মাৰ্চ, বৃহস্পতিবাৰে নিশা ৯.৫৭ বজাত।
চতুৰ্দশী তিথি বা শিৱৰাত্ৰি থাকিব ৮ মাৰ্চ, শুকুৰবাৰে সন্ধিয়া ৬.১৭ বজালৈ।
মহাশিৱৰাত্ৰিত নিষ্ঠা সহকাৰে দেৱাদিদেৱ মহাদেৱৰ পূজা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস।

You May Also Like

More From Author