সৰস্বতী পূজাত কেইবাটাও ৰাজযোগ! বিদ্যাৰ লগতে ধন-সম্পত্তিৰেও উপচি পৰিব ৩ ৰাশি লোকৰ জীৱন

1 min read

আগন্তুক ১৪ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী সৰস্বতী পূজা লগতে একেই দিনাই প্ৰেমৰ উৎসৱ ভেলেণ্টাইন্স ডে। জ্যোতিষ শাস্তৰ মতে সেই দিনটোত এক বৃহৎ সংযোগ ঘটিছে।

সৰস্বতী পূজাৰ দিনটোত এক বৃহৎ সংযোগ স্থাপন হৈছে। সৰস্বতী পূজাৰ দিনা ৰেৱতী আৰু অশ্বিনী নক্ষত্ৰৰ মহামিলনৰ ফলত জীৱনত এক বৃহৎ সংযোগৰ সৃষ্টি হৈছে।

শনিয়ে মকৰ ৰাশিত মংগল, বুধ আৰু শুক্ৰ গ্ৰহক দিশে গৈছে। এই ত্ৰিগ্ৰহী যোগৰ নিৰ্মাণে জীৱনত বিপুল প্ৰভাৱ পেলাবলৈ গৈ আছে।

আনহাতে, মেষ ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ সংযোগে জীৱনৰ এক বিশেষ মুহূৰ্তৰ সৃষ্টি কৰিছে। গজাকেশৰী সংযোগে জীৱনত মহান মুহূৰ্তৰ সৃষ্টি হ’বলৈ গৈ আছে।

মকৰ ৰাশিত মংগল আরু শুক্ৰৰ ধনশক্তি ৰাজযোগ নিৰ্মাণ হৈছে। অন্য প্ৰান্তত শুক্ৰ আৰু বুধৰ মহামিলনত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ নিৰ্মাণ হৈছে।

লগতে ৰুচক আৰু মহাপাঞ্চক ৰাজ্যযোগেও জীৱনত বৃহৎ প্ৰভাৱ পেলাবলৈ গৈ আছে। বসন্ত পঞ্চমীৰ দিনা সৰস্বতীৰ সৈতে একেলগে দুই এটা সংযোগে মা লক্ষ্মীৰ কৃপাত জীৱন ভৰি পৰিব।

মেঘ ৰাশিৰ জাতক-জাতিকাই সৰস্বতী পূজা বৃহৎ প্ৰভাব পৰিব। এই ৰাশিৰ লোকৰ জীৱনত ভাল সময় আহিব। এই ৰাশিৰ জাতক-জাতিকাৰ জীৱনত আহিব অত্যন্ত ভাল সময়।

নতুন নতুন চাকৰিৰ প্ৰস্তাৱ আহিব। কথাবাৰ্তাৰ মাধ্যমেৰে সকলোৰে মন জয় কৰিব পাৰিব। জীৱনত অত্যন্ত ইতিবাচক সময় আহিব।

দীৰ্ঘ সময় ধৰি ৰৈ থকা কাম এইবাৰ সম্পন্ন হ’ব। পৰিবাৰৰ সৈতে অত্যন্তত ভাল সময় কটাবলৈ পাৰিব এই ৰাশিৰ জাতক-জাতিকাই।

মিথুন ৰাশিৰ জাতক-জাতিকাৰ জীৱনত আৰু অতি সুন্দৰ আৰু সুৰক্ষিত হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ আগত আৰু ভাল হ’বলৈ গৈ আছে।

ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ব্যাপক হাৰত লাভ-লাভা হ’ব। প্ৰচুৰ টকা-পইচা আৰু কৰ্মৰ সুযোগ আপোনাৰ জীৱনলৈ আহিব। প্ৰতিযোগিতামূলক পৰীক্ষাত সুফল লাভ কৰিব।

বিবাহিত জীৱনত সুখ-শান্তি থাকিব। মা-লক্ষ্মীৰ কৃপাত সমস্ত এইবাৰ পৰিপূৰ্ণ হ’ব।

মকৰ ৰাশিৰ জাতক-জাতিকাৰ জীৱনলৈ আগতকৈ অধিক সু-সময় আহিব। জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আহিব সু-খবৰ। ব্য়ৱসায়-বাণিজ্যত লাভৰ মুখ দেখা পাব।

ব্যৱসায়-বাণিজ্যত বিশেষ কৰ্ম হাতলৈ আহিব। যিকোনো বৃহৎ প্ৰকল্প এইবাৰ চূড়ান্ত হ’ব। মা লক্ষ্মীৰ আশীৰ্বাদৰ ফলত এইবাৰ জীৱন ধন্য আৰু পূণ্য হ’ব।

উপৰোক্ত বিষয়সমূহ নিউজ Guwahati Times আপোনাৰ মানিবলৈ বাধ্য কৰোৱা নাই। নিজৰ বিচাৰ বুদ্ধিৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিব।

You May Also Like

More From Author