As many as 15 people, including two government officials, have been arrested for their involvement in massive wedding fraud in Uttar Pradesh, seeking to exploit the Chief Minister Group Marriage Scheme. The scam, first reported on Wednesday, surfaced when a video depicting brides garlanding themselves at a mass wedding went
Month: February 2024
দুদিনীয়া ভ্ৰমণসূচীৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীক বাৰেৰহণীয়া কাৰ্যসূচীৰে উষ্ম আদৰণি জনোৱা হয়। দুদিনীয়া ভ্ৰমণসূচীৰ দ্বিতীয় দিনটোত নৰেন্দ্ৰ মোদীয়ে অসমবাসীক সম্বোধন কৰিব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰায় ডেৰ লাখ লোকৰ বিশাল জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছতেই মোদীয়ে প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ
মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে চিন্তাৰে ভৰি থাকিব পাৰে। সন্তানৰ শিক্ষাৰ বাবে চিন্তিত হ’ব, যাৰ বাবে আপুনি কাৰোবাৰ পৰা পৰামৰ্শ ল’ব পাৰিব। কিন্তু তেওঁ যাতে আপোনাক সঠিক পৰামৰ্শ দিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেতিয়াহে আপুনি সেইটো কাৰ্যকৰী কৰিব পাৰিব। আজি আপুনি অলপ খিংখিঙীয়া হ’ব, ফলত পৰিয়ালৰ লোকে আপোনাৰ
লক্ষীমপুৰত আন্তঃজিলা এথলেটিকছৰ শুভাৰম্ভ গুৱাহাটী ৩ফেব্ৰুৱাৰী ২০২৪: উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ৪৫সংখ্যক আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা। ৰাজ্যৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰা প্ৰতিযোগিতাখনৰ আজি লক্ষীমপুৰ জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলনেৰে শুভ উদ্বোধন
এজন ৰাণৱে মডেল হিচাবে নিজৰ পৰিচয় দাঙি ধৰা এই যুৱক জন হৈছে অৰুণাচল প্ৰদেশৰ তেজু, লোহিত জিলাৰ টুলু নাথ। অৰুণাচল প্ৰদেশৰ টুলো নাথ হৈছে স্বৰ্গীয় KC NATH আৰু স্বৰ্গীয়া বিভা নাথৰ পুত্ৰ। টুলোৱে ইয়াৰ পূৰ্বে বহুকেইটা ফেশ্বন অনুষ্ঠানত বিভিন্ন স্থান লাভ কৰি নিজৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। ইয়াৰ ভিতৰত Brand