Month: March 2024

মেকআপৰ অবিহনে মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰক এই সমূহ বস্তু…

মেকআপৰ অবিহনে মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰক এই সমূহ বস্তু…

সকলোৱে নিজকে ধুনীয়া দেখাব বিচাৰে। বহুতে মুখৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে মেকআপ ব্যৱহাৰ কৰে। কিন্তু দৈনিক মেকআপ কৰাটো ছালৰ বাবে ভাল নহয়। কাৰণ দৈনিক মেক-আপ কৰিলে ছালৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে। আপোনাৰ ছালখন প্ৰাকৃতিকভাৱে জিলিকাবলৈ মুখত কম মেকআপ কৰিব লাগে। মেকআপ অবিহনে কেনেকৈ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব- যদি আপুনি মুখত একো

চুলিৰ বৃদ্ধিত সমস্যাৰ সন্মুখীন হৈছে নেকি? এই খাদ্যসমূহ গ্ৰহণ কৰক…

চুলিৰ বৃদ্ধিত সমস্যাৰ সন্মুখীন হৈছে নেকি? এই খাদ্যসমূহ গ্ৰহণ কৰক…

যদি আপোনাৰ মূৰৰ চুলি বৃদ্ধি হোৱা নাই, তেন্তে আপোনাৰ খাদ্য তালিকাত সমস্যা হৈছে। ইয়াৰ বাবে কিছুমান বিশেষ বস্তু খাব লাগিব। আমাৰ মাজত এনে বহু লোক আছে যিয়ে সকলো প্ৰচেষ্টাৰ পিছতো আকাংক্ষিত চুলিৰ বৃদ্ধি লাভ কৰিবলৈ সক্ষম নহয়। বিশেষকৈ মহিলাসকলে এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিছুমানে ইয়াৰ বাবে বহু ধৰণৰ ৰাসায়নিক

চজিনা আৰু পকা জলকীয়াই কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে…

চজিনা আৰু পকা জলকীয়াই কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে…

আজি অসমৰ হাবিত, অসমীয়াৰ বাৰীত সহজে উপলব্ধ এবিধ মহৌষধি উদ্ভিদৰ কথা কওঁ – প্ৰাশ্চাত্যত ইয়াৰ চাহিদা অপৰিসীম । ইয়াৰ পাতৰ চাহ, গুৰি আৰু গুটিৰ তেল ইউ এচ ডলাৰ ৫০ ত বিক্ৰি হয় ।গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মাতৃৰ বাবে জীৱনদায়িনী ।ইয়াত কলত কৈ বেচি পটাচিয়ামপালেঙতকৈ বেচি আইৰন কণীতকৈ বেচি প্ৰটিন

গালৰ ছিদ্ৰৰ বাবে চিন্তিত নেকি? কিছুমান অভ্যাস সলনি কৰিলে মসৃণ ছাল পাব…

গালৰ ছিদ্ৰৰ বাবে চিন্তিত নেকি? কিছুমান অভ্যাস সলনি কৰিলে মসৃণ ছাল পাব…

ছালৰ ছিদ্ৰবোৰ ডাঙৰ হ’লে তাত তেল আৰু মলি জমা হয়। তেতিয়া ব্ৰণ আৰু ফোহাৰ সমস্যাও বাঢ়ি যায়। এই সমস্যা দূৰ কৰিবলৈ ছালৰ বিশেষ যত্নৰ প্ৰয়োজন। খোলা ছিদ্ৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ছালৰ যত্ন ল’ব জানি লওক। মেকআপ আৰম্ভ কৰাৰ আগতে মেকআপ আৰ্টিষ্টে মুখত প্ৰাইমাৰ ব্যৱহাৰ কৰে। এই প্ৰসাধন সামগ্ৰীয়ে অসমান

বয়সৰ লগে লগে উচ্চতা কমি যাব পাৰে? এই ৰোগৰ পৰা কেনেকৈ হাত সাৰিব…

বয়সৰ লগে লগে উচ্চতা কমি যাব পাৰে? এই ৰোগৰ পৰা কেনেকৈ হাত সাৰিব…

অষ্টিঅ’পৰ’ছিছে উচ্চতা হ্ৰাস কৰিব পাৰে! ডিস্কৰ পানীলগাৰ বাবে মূলতঃ মেৰুদণ্ডৰ দৈৰ্ঘ্য হ্ৰাস পায়। কিন্তু মেৰুদণ্ডত বহুস্তৰীয় ফাট থাকিলেও এনে হ’ব পাৰে। বয়স বৃদ্ধিৰ লগে লগে হাড় ক্ষয় হয়। বেছিভাগ মানুহক আক্ৰমণ কৰা হাড়ৰ অন্যতম ৰোগ হ’ল অষ্টিঅ’পৰ’ছিছ। বিশেষজ্ঞসকলে কয় যে যদিও প্ৰথম অৱস্থাত বিশেষ লক্ষণ দেখা নাযায়, তথাপিও এই ৰোগত