যিকোনো বয়সৰ লোকৰ চুলি সৰা বা চুলি পকাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে৷ কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এনে ঔষধ প্ৰয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ সাধাৰণতে ভিটামিনৰ অভাৱ,
Month: March 2024
মোবাইল ফোন বা স্মাৰ্টফোনটো এতিয়া সকলোৰে দৈনন্দিন জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ফোনটো নহ’লে যেন কোনো কথাই চিন্তা কৰিব পৰা নাযায়৷ পিছে স্মাৰ্টফোনটো দৈনিক ব্যৱহাৰ কৰোঁতে কৰোঁতে এটা সময়ত ইয়াৰ স্পীড বা গতি কমি আহিবলৈ ধৰে৷ ফলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰেই হওক বা আন যিকোনো কামেই হওক, সেয়া কৰাত সমস্যা হৈ
লিভাৰ হ’ল শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগ৷ শৰীৰ সুস্থ কৰি ৰাখিবলৈ হ’লে লিভাৰৰ ওপৰত খেয়াল ৰখাটো অতি প্ৰয়োজন৷ সচৰাচৰ দেখা যায় যে লিভাৰজনিত ৰোগৰ আশংকা দিনকদিনে বাঢ়িছে৷ মদ্যপান, উচ্চৃংখল জীৱনযাত্ৰা, ঘৰৰ বাহিৰত হোটেল-ৰেষ্টেুৰেণ্টত খাদ্য খোৱাৰ প্ৰৱণতা তথা শৰীৰ চৰ্চাৰ অভাৱত মানুহে লিভাজনিত ৰোগত সহজে আক্ৰান্ত হয়৷ কম বয়সতে ফেটি লিভাৰৰ সমস্যাও
বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আখৰোট খালেও বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ আইৰণ, ফাইবাৰ, কাৰ্বহাইড্ৰেট আদি উপলব্ধ হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে অতি উত্তম৷ ◾️ হাড় মজবুত কৰে ঃ আখৰোটত মেগনেছিয়াম আৰু কেলচিয়াম থাকে বাবে ইয়াক গ্ৰহণ কৰিলে হাড় শক্তিশালী হোৱাৰ লগতে হাড়ৰ বিষত উপশম পাব পাৰি৷ ◾️ওজন নিয়ন্ত্ৰণঃ আখৰোটতো পটাছিয়াম, কেলচিয়াম, জিংক,
মানুহৰ দেহত বিভিন্নধৰণৰ হাড় থাকে৷ হাড়সমূহ সংযুক্ত হৈ থকা অংশটোক গাঁঠি বা জইণ্ট বুলি কোৱা হয়৷ জইণ্টসমূহে শৰীৰটোক সৰচৰ কৰা আৰু স্থিতিশীল অৱস্থাত ৰখাত সহায় কৰে৷ ফলত আমাৰ দৈনন্দিন কাৰ্যাৱলী যেনে– চলা-ফুৰা, দৌৰা, জপিওৱা আদিত সহজ হৈ পৰে৷ কিন্তু বয়সৰ লগে লগে জইণ্টসমূহ দুৰ্বল হয়৷ জইণ্টৰ ভিতৰত থকা লুব্ৰিকেটিং ফ্লুইড