ঝাৰখণ্ডত স্বামীৰ সৈতে ফুৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হোৱা স্পেইনৰ যুৱতীগৰাকীয়ে আগবঢ়াইছে ঘটনাৰ লোমহৰ্ষক বিৱৰণ৷ ঘটনাৰ দিনা ফাৰ্ণাণ্ডা নামৰ যুৱতীগৰাকীয়ে স্বামীৰ সৈতে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কুৰুমাহাট গাঁৱত দিনটোৰ ভাগৰৰ পাছত নিজৰ তম্বুত বিশ্ৰাম লৈ আছিল৷ ঝাৰখণ্ডৰ পৰা তেওঁলোকে নেপাললৈ যাত্ৰা কৰাৰ কথা আছিল৷ বিগত পাঁচ বছৰত ৬৩ খন দেশ ভ্ৰমণ
Month: March 2024
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশজুৰি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিব বুলি ঘোষণা কৰাৰ পাছতে অসমত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিৰোধী ৰাজনৈতিক দলসমূহকে ধৰি বিভিন্ন দল, সংগঠনে প্ৰতিবাদৰ হুংকাৰ দিছিল। সেই হুংকাৰৰ পাছতে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ
শিৱৰাত্ৰি অতি গুৰুত্বপূৰ্ণ দিন। এইবাৰ ৮ মাৰ্চ মহাশিৱৰাত্ৰি। জ্যোতিষৰ মতে সেইদিনা কিছুমান নিয়ম পালন কৰি শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰি। কিন্তু নিয়মবোৰ সঠিকভাৱে পালন কৰাটো গুৰুত্বপূৰ্ণ। জ্যোতিষীৰ মতে মহাশিৱৰাত্ৰি মাজনিশা কিছুমান নিয়ম পালন কৰিলে মহাদেৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব। জ্যোতিষী তথা বাস্তুৰ বিশেষজ্ঞ পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাই মহা
মেষ ৰাশি: আজি আপোনাৰ সাহস বাঢ়িব কাৰণ। আজি যদি আপোনাৰ সন্মুখত কোনো প্ৰতিকূল পৰিস্থিতি আহে তেন্তে সাহস দেখুৱাই তাক চম্ভালিবলৈ সফল হ’ব। আপোনাৰ প্ৰতিভা দেখি আজি তেওঁলোকৰ শত্ৰুও পৰাজিত হ’ব, যাৰ পৰা তেওঁলোকে ভয় কৰাৰ প্ৰয়োজন নাই। সন্ধিয়া বন্ধু-বান্ধৱীৰ সৈতে আনন্দ কৰা দেখা যাব। কিন্তু কাৰোবাক কিবা কথা ক’লে খুব