পুনৰ গোলপীয়া চহৰত পৰিণত হোৱাৰ দিশে গুৱাহাটী। আকৌ সেই উন্মাদনা, উত্তেজনা, হাল্লা বোল…। এদিনৰ পাছতে আই পি এল জ্বৰত আক্ৰান্ত হ’ব দেশ। ২২ মাৰ্চৰ পৰা দেশৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ আই পি এল। নিৰ্ভৰযোগ্য সূত্ৰত পোৱা তথ্যমতে গুৱাহাটীৰ বৰ্ষাপাৰৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ
Month: March 2024
বহুতৰে পেট পৰিষ্কাৰ নহয়। যাৰ বাবে পেটৰ পেশীবোৰ দুৰ্বল হৈ পৰে। পাচন শক্তিও অতি দুৰ্বল হৈ পৰে। যদি আপুনি ৰাতিপুৱা পেট সম্পূৰ্ণ পৰিষ্কাৰ হোৱাটো বিচাৰে তেন্তে কিছুমান বস্তু খাব লাগিব। ৰাতিপুৱা পেট পৰিষ্কাৰ হোৱাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ পেট পৰিষ্কাৰ নহয় তেন্তে ৰাতিপুৱা বহুত পানী খাব লাগে। ইয়াৰ ফলত শৰীৰৰ
কিশোৰী এগৰাকীৰ বয়স ১০-১২ বছৰ হ’লেহে স্তনৰ বিকাশ হ’বলৈ ধৰে। বয়স বাঢ়ি অহাৰ লগে লগে গঠনগত ভাৱে স্তনযুৰিয়ে পূৰ্ণতা লাভ কৰিবলৈ ধৰে। গৰ্ভাৱস্থাত স্তন দুটিয়ে শিশুৰ কাৰণে গাখীৰ উৎপাদনৰ বাবে পৰিপূৰ্ণতা লাভ কৰে। যুৱতী বা মহিলাৰ স্তন প্ৰধানকৈ তিনিটা অংশৰে গঠিত। সেই অংশকেইটা হৈছে- গ্ৰন্থিময় কোষকলা বা পেৰেনকাইমা, মূল বা
কাৰোবাক বিচাৰ কৰিলে কেৱল বিচাৰ কৰা ব্যক্তিজনৰ ওপৰতে নহয়, যাৰ বিষয়ে বিচাৰ কৰা হৈছে তেওঁৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে। এনে ব্যক্তি সদায় ভয় খাই থাকে। তেওঁ নিজৰ মাজতে বহুতো অভাৱ দেখিবলৈ আৰম্ভ কৰে। কাৰোবাক চিনি নোপোৱাকৈয়ে তেওঁৰ বিষয়ে মতামত গঢ়ি তোলাটো অৰ্থাৎ তেওঁক বিচাৰ কৰাটো প্ৰকৃতিৰ এটা অংশ। তেনে কৰাটো
এটি সুন্দৰ আৰু সুস্থিৰ নিদ্ৰাৰ লক্ষণ হ’ল প্ৰতিদিনে একে সময়তে টোপনি যোৱা আৰু একে সময়তে ৰাতিপুৱা নিজে নিজে সাৰ পোৱা। ই অতি গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মগজুৱে যোৱা ৩ দিন টোপনিৰ পৰা সাৰ পোৱা সময়ৰ গঢ় হিচাপ কৰি পৰৱৰ্তী দিনা আপুনি কেতিয়া টোপনিৰ পৰা নিজে নিজে সাৰ পাব সেয়া ঠিৰাং কৰে।