ইউৰিক এচিডৰ ফলত অসহ্যকৰ গাঁঠিৰ বিষত ভুগি আছে নেকি? এতিয়াই এই শাক-পাচলি খোৱা বন্ধ কৰক, বিষৰ পৰা সকাহ পাব!

1 min read

বৰ্তমান বহুত লোকৰ ইউৰিক এচিডৰ সমস্যা হোৱা দেখা যায়। ইউৰিক এচিদৰ সমস্যাৰ ফলত বহু লোকৰ ভৰিৰ গাঁথিৰ বিষ হোৱা দেখা যায়।

ইউৰিক এচিদৰ সমস্যাৰ বাবে বহু ধৰণৰ সমস্যা দেখা পোৱা যায়।

পালেং শাক সাধাৰণতে বহু উপকাৰ খাদ্য। কিন্তু ইয়াত পিউৰিনৰ পৰিমাণ অতি বেছি। গতিকে ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ পালেং শাক কমকৈ খাওঁক।

যাৰ ইউৰিক এচিড আছে তেওঁলোক বিলাহী কমকৈ খাওক। বিলাহীয়ে ইউৰিক এচিড বৃদ্ধি কৰে।

ব্ৰকলি আৰু ফুলকবিত প্ৰচুৰ পৰিমাণে ইউৰিক এচিদ থাকে। ইয়াত পিউৰিনৰ মাত্ৰাও অধিক। গতিকে ইউৰিক এচিড থকা ৰোগীয়ে কম পৰিমাণে এই দুবিধ খাদ্য খাওক।

মাচৰুমত পিউৰিণ কম থাকিলেও গাঁথিৰ বিষ বাঢ়িব পাৰে।

বিটৰুট পিউৰিনৰ লগতে অক্সালেটৰ পৰিমাণ বেছি থাকে। এই দুটাৰ বাবেই তেজত ইউৰিক এচিড বৃদ্ধি পায়। গতিকে কমকৈ খাব।

শালগোমত অক্সালেট বেছি থাকে। য’ত অক্সালেট বেচি থাকে তাত ইউৰিক এচিদ বৃদ্ধি পায়।

ভেন্দিটো অতিৰিক্তভাৱে অক্সালেট থাকে। গতিকে এই শাক-পাচলি কমকৈ খালে ইউৰিক এচিড আৰু গাঁঠিৰ বিষ কম হয়।

You May Also Like

More From Author