বুধ গ্ৰহক কিদৰে শক্তিশালী কৰিব পৰা যায় জানি লওক…

1 min read

আমাৰ জীৱনত বুধ গ্ৰহৰ ভূমিকা কি! আৰু বুধ গ্ৰহক কিদৰে-শক্তিশালী কৰিব পৰা যায়!

*বুধ গ্ৰহক বুদ্ধি,তৰ্ক আৰু মিত্ৰৰ কাৰক মনা হয়।বুধ গ্ৰহক বাণীৰ লগতো জড়িত কৰা হয়।জ্যোতিষৰ অনুসৰি-সূৰ্য্য আৰু শুক্ৰ,বুধ গ্ৰহৰ মিত্ৰ হয়।আৰু চন্দ্ৰমা আৰু মংগল বুধ গ্ৰহৰ শক্ৰ গ্ৰহ হয়।

*বুধক গ্ৰহৰ যুৱৰাজ কোৱা হয়।বুধক অত্যন্ত বুদ্ধিমান আৰু সুকুমাৰ মনা হয়।কোৱা হয় যে-বুধ-ব্যক্তিৰ বুদ্ধি,বাণী আৰু হৰ্মণক প্ৰভাবিত কৰে।বুধৰ পৰা ব্যক্তিয়ে ধন আৰু গণিতীয়ত সফলতা প্ৰাপ্ত কৰে।যদি বুদ্ধ দুৰ্বল হয়-তেন্তে ব্যক্তিৰ বুদ্ধি তীব্ৰ নহয়।আৰু শিক্ষা প্ৰাপ্ত কৰাত কঠিনতা আহে।বুধ দুৰ্বল হলে-ব্যক্তিৰ বাণী বা উজ্বলতাৰ সমস্যাও দেখা দিয়ে।

*বুধক কি দৰে ঠিক কৰিব!

-বুধ গ্ৰহক ভোজনৰ লগত সম্বন্ধিত মনা হয়।ভোজনত সেউজীয়া শাক-পাচলি প্ৰয়োগ কৰিব লাগে আৰু এয়া সদায় প্ৰসন্ন মনেৰে কৰিব লাগে।মাজে মাজে-জ্বলা টেঙা ভোজনো কৰিব লাগে।দালিত শিংৰ প্ৰয়োগ কৰাটো লাভজনক হয়।

*বুধ গ্ৰহক ব্যৱহাৰৰ দ্বাৰা কি দৰে-ঠিক কৰিব!

*বাণীক মধুৰ কৰি ৰাখিবলৈ প্ৰয়াস কৰিব লাগে।যিমান পাৰে-চিঞঁৰ-বাখৰৰ পৰা দূৰত থাকিব লাগে।সংগীতৰ প্ৰয়োগ আৰু মন্ত্ৰৰ জাপ কৰি থাকিব লাগে।নিজৰ সম্বন্ধীয় বোৰৰ লগত সম্পৰ্ক ঠিক ৰাখিব লাগে।

*বুধ গ্ৰহৰ পৌৰাণিক মান্যতা-

-পৌৰাণিক মান্যতা অনুসাৰে-বুধ গ্ৰহৰ মাতৃ-তাৰা হয় আৰু পিতৃ চন্দ্ৰমা হয়।আৰু এওঁৰ বুধ নাম-ব্ৰহ্মা দেৱে ৰাখিছিল।বুধ গ্ৰহে ভগৱান নাৰায়ণক প্ৰতিনিদ্ধিত্ব কৰে।হিন্দু ধৰ্মত বুধৰ-দেৱৰ উপাধি প্ৰাপ্ত হয়।আৰু সপ্তাহত বুধবাৰৰ দিনা-বুধদেৱক সমৰ্পিত হয়।

You May Also Like

More From Author