২০২৪ত ভয়ংকৰ প্ৰলয়! ধ্বংস হ’ব নেকি পৃথিৱী? সঁচা হ’ব নেকি বাবা ভাংগাৰ ভৱিষ্যদ্বাণী?

1 min read

কিছুদিন পূৰ্বে আৰম্ভ হ’ল নতুন বছৰ। ইয়াৰ মাজতে এক ভয়ংকৰ প্ৰলয়ৰ ইংগিত দিলে বাবা ভাংগাই। বুলগেৰিয়াৰ ‘নষ্ট্ৰাডামাছ’ৰ ভৱিষ্যদ্বাণী এইবাৰ সঁচা হ’ব নেকি? বিগত তিনি মাহত সকলো কথা মিলি গৈছে। আগন্তুক সময়ত কি বিপদে অপেক্ষা কৰিছে জানিলে কঁপি উঠিব আপুনি!
বাবা ভাংগাই ২০২৪ বৰ্ষৰ বাবে যি যি কৈছিল সেই সকলোবোৰ বিগত তিনি মাহত সকলো সত্য প্ৰমাণিত হৈছে। তেওঁ কৈছিল যে ইউৰোপত সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’ব। চাইবাৰ আক্ৰমণ বৃদ্ধি পাব আৰু চিকিৎসা আৰু কাৰিকৰী জগতত বহু অশান্তি বাঢ়িব। বিগত তিনি মাহে এইবোৰ কথা সত্য প্ৰমাণিত হৈছে। আহক চাওঁ আগন্তুক ৯ মাহৰ বাবে কি ভৱিষ্যদ্বাণী কৰিছে ভাংগাই? যদি এইবোৰ সত্য হয় তেন্তে কি কি পৰিৱৰ্তন আহিব পৃথিৱীত?

‘বুলগেৰিয়াৰ নষ্ট্ৰাডামাছ’ ৰূপে খ্যাত বাবা ভাংগাৰ ২৮ বছৰ পূৰ্বেই মৃত্যু ঘটে। মৃত্যুৰ পূৰ্বেই তেওঁ ২০২৪ বৰ্ষৰ বাবে ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ যিবোৰ কথা কৈছিল, বহু কথাই সত্য প্ৰমাণিত হৈছে বুলি একাংশই দাবী কৰে। বাবা ভাংগাই ইউক্ৰেইনৰ চেৰনোবিল বিপৰ্যয়, প্ৰিন্সেস ডায়েনাৰ মৃত্যু, নিউয়ৰ্কত ৯/১১ আক্ৰমণ, আনকি নিজৰ মৃত্যু সম্পৰ্কেও একেবাৰে সঠিক ভৱিষ্যদ্বাণী কৰিছিল। ইয়াৰ পিছত আগন্তুক সময়ত যিবোৰ ঘটনা হ’বলৈ গৈ আছে, সেয়া হ’ব আৰু ভয়ংকৰ!

বাবা ভাংগাই কৈছিল যে চাইবাৰ আক্ৰমণ বৃদ্ধি পাব। এইটোও ইতিমধ্যে আৰম্ভ হৈছে। গ্ৰেগছ, মেকডোনাল্ডছ, টেছকো এণ্ড ছেন্সবেৰীকে ধৰি বহু ডাঙৰ ডাঙৰ কোম্পানীত হেকিঙৰ ঘটনা ঘটিছে। আনকি বহু দেশৰ চৰকাৰী এজেন্সীও হেকাৰৰ টাৰ্গেট আছিল। আনকি ব্ৰিটিছ হেলথ ছাৰ্ভিছৰ সৈতে জড়িত হৈ থকা ৰোগীসকলৰ তথ্য ভাইৰেল কৰি দিয়াৰো ভাবুকি দিছিল।

বাবা ভাংগাই কৈছিল যে এই বছৰটো প্ৰযুক্তি আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰ্ষ হ’ব। এইটোৱে সত্য হৈছে। এলঝেইমাৰ আৰু কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগো নিৰাময়ৰ দিশত অগ্ৰসৰ হৈছে চিকিৎসা বিজ্ঞান। বাবা ভাংগাৰ মতে, ২০২৪ চনত সমগ্ৰ বিশ্বই এক বৃহৎ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হ’বলৈ গৈ আছে। বহু দেশ গভীৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব।

বাবা ভাংগাৰ আটাইতকৈ বিপদজনক ভৱিষ্যদ্বাণীটো শুনিলে কঁপি উঠিব আপুনিও। বিশ্বৰ সৰ্ববৃহৎ দেশখনে ২০২৪ চনৰ ভিতৰত জৈৱিক অস্ত্ৰ (Biological Weapon) পৰীক্ষা কৰিব পাৰে। এনে হ’লে মানৱ জাতিৰ ওপৰত নতুন সংকট আহিব। তেওঁ এইবাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ সন্দৰ্ভতো সকীয়াই দিছে। ভয়ংকৰ গৰমে এইবাৰ দহি পুৰি নিব। ইয়াৰ ফলত স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি হ’ব। ইয়াৰ প্ৰভাৱ ইতিমধ্যে সমগ্ৰ বিশ্বতে দেখা গৈছে।

You May Also Like

More From Author