বৈদিক শাস্ত্ৰ অনুসৰি শুক্ৰ হৈছে ধন, বিলাসীতা আৰু মহিমাৰ দেৱতা। শুক্ৰৰ নক্ষত্ৰত পৰিৱৰ্তনৰ ফলত ই জাতক-জাতিকাৰ জীৱনত বহু উন্নতি আনিবলৈ গৈ আছে। গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত জাতক-জাতিকাৰ জীৱনৰ ওপৰত প্ৰভাৱ পৰে। শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত মাত্ৰ ১২ ৰাশিৰ ওপৰতে ইয়াৰ প্ৰভাৱ পৰিব। বৈদিক শাস্ত্ৰ অনুসৰি শুক্ৰই ২০২৪ চনৰ ২৫ এপ্ৰিল
Month: April 2024
কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিশেষকৈ সংখ্যালঘু মানুহক ভয় খুৱায়। তেওঁলোকে ভয় খুৱায় যে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি দিব। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৯নং নগাঁও লোকসভা সমষ্টিৰ বিজয় সংকল্প সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কংগ্ৰেছে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰকাৰে সংখ্যালঘু মানুহক ভয় খুৱায়। আগতে কৈছিল বিজেপি শাসনলৈ আহিলে
মহানগৰীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ পথ দুৰ্ঘটনা। বায়ু সেনাত কৰ্মৰত লোকে মহটিয়াই নিলে শিক্ষাৰ্থী কঢ়িওৱা বাহনক। দুৰ্ঘটনাত থিতাতে নিহত স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা বাহনখনৰ চালক। আহত ৮জনৰো অধিক ছাত্ৰ ছাত্ৰী। বঙৰাৰ পৰা বৰঝাৰ বিমানবন্দৰৰ সমীপত থকা ST. Cleart Schoolলৈ ৮জনৰো অধিক শিক্ষাৰ্থী কঢ়িয়াই নিজ লেনত গৈ আছিল। ঠিক তেনেতে বিপৰীতমুখী
আজি দেশজুৰি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। দেশৰ ১৮সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিকত হৈ আছে। সমগ্ৰ দেশতে ১০২টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ২১ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছে নিৰ্বাচন। প্ৰথম পৰ্যায়ত নিৰ্বাচনত ১৬.৬৩ কোটিৰো অধিক ভোটাৰে নিৰ্ধাৰণ কৰিব ১৬২৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য। অসমটো ৫টা লোকসভা
আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। অসমৰ ১০হাজাৰ ১টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। নিৰ্বাচন আয়োগে স্থাপন কৰিছে ৯২টা আদৰ্শ ভোটকেন্দ্ৰ। বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত হ’ব ১১টা ভোটকেন্দ্ৰ। মহিলাৰ দ্বাৰা পৰিচালিত হ’ব ৭৫২টা ভোটকেন্দ্ৰ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা হৈছে ৪০হাজাৰ ৪গৰাকী প’লিং-প্ৰিজাইডিং বিষয়া। ব্যৱহাৰ হ’ব ১০হাজাৰ ১টাকৈ