মেষ ৰাশি আজি আপোনাৰ বৈবাহিক জীৱনত কিছু ভাল পৰিৱৰ্তন আহিব, কিন্তু পাৰিবাৰিক বিবাদে পুনৰ মূৰ তুলিব পাৰে, যাৰ বাবে আপুনি অশান্তিত থাকিব। যদি এনেকুৱা হয় তেন্তে দুয়োপক্ষৰ কথা শুনিহে সিদ্ধান্ত লোৱাটো ভাল হ’ব। আপোনাৰ ঘৰত অতিথি আহিব পাৰে, যাৰ বাবে আপোনাৰ কিছু টকাও খৰচ হ’ব। শহুৰৰ পৰিয়ালৰ কাৰোবাক ধন ধাৰে
Month: April 2024
কিছুদিন পূৰ্বে আৰম্ভ হ’ল নতুন বছৰ। ইয়াৰ মাজতে এক ভয়ংকৰ প্ৰলয়ৰ ইংগিত দিলে বাবা ভাংগাই। বুলগেৰিয়াৰ ‘নষ্ট্ৰাডামাছ’ৰ ভৱিষ্যদ্বাণী এইবাৰ সঁচা হ’ব নেকি? বিগত তিনি মাহত সকলো কথা মিলি গৈছে। আগন্তুক সময়ত কি বিপদে অপেক্ষা কৰিছে জানিলে কঁপি উঠিব আপুনি! বাবা ভাংগাই ২০২৪ বৰ্ষৰ বাবে যি যি কৈছিল সেই সকলোবোৰ বিগত
কান্দি কান্দি গোচৰ উঠাই লোৱাৰ কথা ঘোষণা জোনমণি ৰাভাৰ দুৰ্ভগীয়া মাতৃৰ। CBI এ জোনমণি ৰাভা কাণ্ডৰ গোচৰ সামৰাৰ পিছত হতাশ হৈ পৰিছে দুখুনী মাতৃ। জোনমণিৰ ৰহস্যজনক মৃত্যুৰ পাছত দুৰাৰোগ্য ৰোগে কাঢ়ি নিলে পুত্ৰক। অকালতে পুত্ৰ আৰু কন্যাক হেৰুৱাৰ দুখত দেহা থৰক বৰক হৈ পৰিছে মাতৃৰ। মনত দুখৰ ভৰ। হাতত নাই
মুকালমুৱাৰ সাপকাটাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বৰপেটাৰ পৰা গুৱাহাটী অভিমূখী তিব্ৰবেগী আল্ট্ৰা বাছ এখনে স্কুলীয়া ছাত্ৰকে ধৰি পাচগৰাকীকৈ পথচাৰীক মহতিয়াই নিয়ে। আটাইকেইগৰাকীকে মুকালমুৱা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও এজন পথচাৰী নিহত হয়। নিহত লোকজন কান্ধবাৰীৰ চিদ্দিক আলী। আহত কেইজনৰ নাম ক্ৰমে ইবাদুল ইছলাম(১৩), ইমৰাণ আলী(১৩), আব্দুল চালাম(১৫)
GUWAHATI,April 6: The Lokpriya Gopinath Bordoloi International Airport in Guwahati, has introduced another well-equipped Bullet Resistant QRT Vehicle on Saturday. It will strengthen the Aviation Security Group (CISF) to deliver the responsibility of safeguarding the aerodrome more efficiently than ever before. It may be mentioned here that the previous QRT