Month: April 2024

হোটেলৰ কোঠাত ৬ যুৱক আৰু এগৰাকী যুৱতীৰ ‘নৈশ যাপন’! আৰক্ষীয়ে চলালে অভিযান, দৃশ্য দেখাৰ পিছত স্তম্ভিত হৈ পৰিল আৰক্ষীও

হোটেলৰ কোঠাত ৬ যুৱক আৰু এগৰাকী যুৱতীৰ ‘নৈশ যাপন’! আৰক্ষীয়ে চলালে অভিযান, দৃশ্য দেখাৰ পিছত স্তম্ভিত হৈ পৰিল আৰক্ষীও

কল চেণ্টাৰৰ জৰিয়তে বিদেশী নাগৰিকক প্ৰতাৰণা কৰা এটা চক্ৰৰ উৎখাত কৰে গ্ৱালিয়ৰ আৰক্ষীয়ে। মাধৱনগৰৰ এখন হোটেলৰ কোঠাত চলি আছিল এই কল চেণ্টাৰটো। আৰক্ষীৰ অভিযানত এগৰাকী মহিলাসহ ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৱালিয়ৰত বহি ব্ৰিটেইন, আমেৰিকাকে ধৰি অন্য দেশত বাস কৰা নাগৰিকক প্ৰতাৰণা কৰাৰ কাম কৰি আছিল আটাইকেইজনে। ধৃত অভিযুক্তই মাইক্ৰ’ছফ্ট

আজি দিনটো আপোনাৰ বাবে কিছু খেলিমেলিৰে ভৰা হ’ব, যাৰ বাবে চিন্তিত হ’ব আপুনি।

আজি দিনটো আপোনাৰ বাবে কিছু খেলিমেলিৰে ভৰা হ’ব, যাৰ বাবে চিন্তিত হ’ব আপুনি।

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যম ফলদায়ক হ’ব। চাকৰিত পদোন্নতি হ’ব পাৰে। জ্যেষ্ঠজনৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাত মনত শান্তি পাব লগতে আত্মসন্মান বৃদ্ধি পাব। যাৰ ওপৰত আপোনাৰ ভৰসা নাই তেনেত লোকৰ আগত আপোনাৰ কোনো কথা কোৱাৰ পৰা আঁতৰত থাকক।

৫০ বছৰ পিছত বিৰল সূৰ্যগ্ৰহণ, দিনতে হ’ব ঘোৰ অন্ধকাৰ, ৭.৫ মিনিট ধৰি আকাশত বিৰল দৃশ্য, কেতিয়া?

৫০ বছৰ পিছত বিৰল সূৰ্যগ্ৰহণ, দিনতে হ’ব ঘোৰ অন্ধকাৰ, ৭.৫ মিনিট ধৰি আকাশত বিৰল দৃশ্য, কেতিয়া?

হোলীৰ ১৫ দিনত সূৰ্যগ্ৰহণ অৰ্থাৎ চ’ত অমাৱস্যাৰ দিনা। এই সূৰ্যগ্ৰহণ বিশেষ তাৎপৰ্যপূৰ্ণ, কাৰণ বিগত ৫০ বছৰত এনে এটাও সূৰ্যগ্ৰহণ হোৱা নাই। কোৱা হৈছে ৫০ বছৰ পিছত এনেধৰণৰ গ্ৰহণ হৈছে। এই বছৰ সূৰ্যগ্ৰহণ হ’ব ৮ এপ্ৰিল অৰ্থাৎ চ’ত নৱৰাত্ৰিৰ দিনা। এই গ্ৰহণ বিগত অৰ্ধশতাব্দীৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ। এই পূৰ্ণগ্ৰহণৰ সময়ত, সৌৰ ডিস্ক

কংগ্ৰেছ ত্যাগ কৰিলে গৌৰৱ বল্লভে, ক’লে – ‘ভুল দিশত আগবাঢ়িছে কংগ্ৰেছ…’

কংগ্ৰেছ ত্যাগ কৰিলে গৌৰৱ বল্লভে, ক’লে – ‘ভুল দিশত আগবাঢ়িছে কংগ্ৰেছ…’

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। বুধবাৰে বক্সাৰ বিজেন্দৰ সিঙে বিজেপিত যোগদান কৰে। আনহাতে, আজি কংগ্ৰেছ নেতা গৌৰৱ বল্লভে কংগ্ৰেছ দল ত্যাগ কৰে। গৌৰৱ বল্লভে দলৰ পৰা পদত্যাগ কৰি কয় যে তেওঁ সনাতম বিৰোধী শ্লোগান দিব নোৱাৰে। এনে অৱস্থাত দলত থকা কঠিন। গৌৰৱ বল্লভে ছচিয়েল মিডিয়া এক্সত কংগ্ৰেছ সভাপতি

নগাঁৱত মুখ্যমন্ত্ৰীয়ে ক’লে – ‘কংগ্ৰেছ এতিয়া পুৰণা নোট, কংগ্ৰেছৰ কথা চিন্তা কৰি লাভ নাই’

নগাঁৱত মুখ্যমন্ত্ৰীয়ে ক’লে – ‘কংগ্ৰেছ এতিয়া পুৰণা নোট, কংগ্ৰেছৰ কথা চিন্তা কৰি লাভ নাই’

মোদী সূৰ্য, হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰ। সূৰ্য থাকিলেহে চন্দ্ৰ জিলিকি থাকিব। নগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্যৰ সৈতে তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোদীক সূৰ্যৰ লগত তুলনা কৰি নিজকে চন্দ্ৰ আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি নগাঁৱৰ লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত