নিউম’নিয়া হৈছে হাঁওফাঁওৰ সংক্রমণজনিত ৰোগ। এই ৰোগ সচৰাচৰ বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণৰ বাবে হয়। অৱশ্যে কেতিয়াবা হাঁওফাঁওত ভেঁকুৰৰ সংক্রমণৰ বাবেও নিউম’নিয়া হয়। এই ৰোগৰ অন্যতম প্রধান কাৰণ হৈছে হাঁওফাঁওত ‘স্ট্রেপ্টোকক্কাছ নিউম’নি’
Month: April 2024
দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে অসমৰ চাৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযানৰ বাবে শনিবাৰে দুপৰীয়া গুৱাহাটীত আহি উপস্থিত হয় অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গে ৷ দিনজোৰা
ভাৰত চৰকাৰে পলাতক প্রৱঞ্চক ব্যৱসায়ী বিজয় মালিয়াক স্বদেশলৈ ওভতাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে ভাৰত চৰকাৰে ফ্ৰান্সৰ বিষয়াৰ স’তে যোগাযোগ কৰি চৰ্তহীনভাবে মালিয়াক ভাৰতলৈ প্রত্যর্পণৰ দাবী উত্থাপন কৰিলে। ৰাষ্ট্ৰীয় সংবাদ
ইজৰাইলৰ আৰু হামাছৰ মাজত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ আমেৰিকাতো ক্রমে স্পষ্ট হ’বলৈ ধৰিছে। আমেৰিকাৰ একাংশ অঞ্চলত সম্প্রতি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীয়ে পেলেষ্টাইনৰ সমর্থনত আৰু ইজৰাইলৰ বিৰোধিতাৰে ব্যাপক প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে। আমেৰিকাৰ
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহজনক সহাঁৰিয়ে ৯নং নগাঁও লোকসভা সমষ্টিত শুকুৰবাৰে দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়। সংসদীয় সমষ্টিটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজ হিলদ’ল