১৩ মে’ত ৰাজ্যত ভিন্ন প্ৰান্তত বতৰে ল’ব সংহাৰী ৰূপ। ২৯খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
১৩খনকৈ জিলাত সোমবাৰে ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা।
দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ) জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
তামুলপুৰ, দৰং, ওদালগুৰি, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, হোজাই, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, যোৰহাট জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা।
কাৰ্বি আংলং, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, মাজুলী, শিৱসাগৰ জিলাত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত আহিব ধুমুহা।
আনহাতে গোলাঘাট জিলাত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত আহিব ধুমুহা।