চিৰাঙত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰাৰ অভিযোগত একেদিনাই দুজনকৈ চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন। অসমত অন্তিম তথা দেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ দুটাদিন বাকি থকাৰ সময়তে নিৰ্বাচনী আচৰণ বিধি
Month: May 2024
ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ আজি অখিল গগৈয়ে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ লগতে মানকাচৰৰ হাজিৰহাট আৰু ঠাকুৰাণবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা কংগ্ৰেছৰ উদ্যোগত আজি বিয়লি প্ৰায় ৫ বজাত
১০ মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ৷ ইতিমধ্যে ফলাফল ঘোষণা সন্দৰ্ভত শিক্ষা সংসদে ক্ষীপতাৰে আৰম্ভ কৰিছে প্ৰক্ৰিয়া ৷ আনহাতে ফলাফল সন্দৰ্ভত একাংশ প্ৰচাৰ মাধ্যমত ওলোৱা জাননী
মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি চিলনী চোৰে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে অপৰাধমূলক কাৰ্যকলাপ ৷ বিশেষকৈ চিলনী চোৰৰ ৰম্যভূমি হৈ পৰিছে গুৱাহাটী মহানগৰ৷ চিলনী চোৰে ধাৰাবাহিকভাৱে সংঘটিত কৰি গৈছে
প্ৰবল শিলাবৃষ্টিৰ কৰাল গ্ৰাসত আচ্ছন্ন হৈছে ঘিলামৰাৰ বিস্তীৰ্ণ অঞ্চল। বৃহস্পতিবাৰে নিশা প্ৰায় ১২বজাৰ পৰা সৃষ্টি হোৱা ভয়াৱহ শিলাবৃষ্টিয়ে ঘিলামৰাস্হ সোৱণশিৰি ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে। প্ৰায় এঘন্টা