ডাঙৰ খবৰ, দাম কমিল ৫৪ বিধ নিত্য প্ৰয়োজনীয় ঔষধৰ! কি কি ঔষধ আছে এই তালিকাত?

1 min read

দাম কমিল ঔষধৰ। বিগত এপ্ৰিল মাহত দাম বৃদ্ধি পাইছিল নিত্য প্ৰয়োজনীয় ঔষধৰ। শনিবাৰে ৫৪বিধ ঔষধ আৰু ফৰ্মুলচনৰ দাম বান্ধি দিলে চৰকাৰে।

বিজ্ঞাপন

02
News18 Assam
যিসমূহ ঔষধৰ কাম কমোৱা হৈছে, তাৰ ভিতৰত আছে মাল্টি ভিটামিন, ডায়েবেটিছ, হাৰ্ট আৰু কাণৰ ৰোগৰ চিকিৎসাত ব্যৱহৃত ঔষধ। ফলত বহু পৰিমাণে স্বস্তি লাভ কৰিব সাধাৰণ জনতাই।

বিজ্ঞাপন

03
News18 Assam
নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীৰ ১২৪সংখ্যক সভাত এই ঔষধসমূহৰ দাম হ্ৰাস কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হয়। ভাৰতত বিক্ৰী হোৱা ঔষধৰ দাম নিৰ্ধাৰণ কৰে এই নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে।

বিজ্ঞাপন

04
News18 Assam
বৈঠকত ৫৪ বিধ ঔষধৰ ফৰ্মুলেচনৰ উপৰি ৮বিধ বিশেষ ঔষধৰ দাম কোৱাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিজ্ঞাপন

05
News18 Assam
এনপিপিএৰ বৈঠকত যি ৫৪বিধ ঔষধৰ দাম কমোৱাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হৈছে, তাৰ ভিতৰত আছে ডায়েবেটিছ, হাৰ্ট, এণ্টিবায়’টিক, ভিটামিন ডি, মাল্টি ভিটামিন, কাণৰ ঔষধ।

বিজ্ঞাপন

06
News18 Assam
এণ্টিবায়’টিক, মাল্টি ভিটামিন, ডায়েবেটিছ, হাৰ্ট সংক্ৰান্তীয় ঔষধৰ দাম বিগত মাহতো কমোৱা হৈছিল। ইয়াৰ উপৰি লিভাৰৰ ঔষধ, গেছ-এচিডিটি, বিষনাশক, এলাৰ্জীৰ ঔষধৰ দামো বিগত মাহত কিছু হ্ৰাস পাইছে।

You May Also Like

More From Author