ABHIJIT KALITAGUWAHATI,June 8: With the aim of safely dispatching of passengers’ excess baggage to any destination at the country has been inaugurated at Lokpriya Gopinath Bordoloi International Airport on Friday. This service will enable passengers to packet and ship additional baggage to any destination that counts excess to the limit
Month: June 2024
পলাশবাৰী, ৮ জুন: মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ আন্ধেৰীজুলি প্ৰাথমিক বিদ্যালয় প্ৰাসঙ্গনত এদিনীয়া কাৰ্যসূচীৰে অহা ৯ জুন তাৰিখে অনুষ্ঠিত হৱ বায়খো উৎসৱ । ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা , ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত হৱ এই উৎসৱটি । । প্রকৃতিৰ অপূর্ব সৃষ্টিত বছৰৰ আৰম্ভণিতে প্রকৃতিয়ে ন- ৰূপ পায়
গাখীৰৰ দৰে সুষম পানীয় খুব কমেই আছে। কেলচিয়ামৰ উপৰি গাখীৰত আছে ফচফৰাছ, আইৰন, জিংক, কপাৰ, মেংগানিজৰ দৰে উপকাৰী উপাদান। গাখীৰে শৰীৰ সুস্থ ৰখাৰ লগতে শৰীৰৰ ভিতৰৰ পৰা শক্তি যোগায় আৰু ক্লান্তি দূৰ কৰে। দাঁত আৰু হাড় ভালে ৰখাত সহায় কৰে গাখীৰে। গাখীৰত আছে প্ৰচূৰ পৰিমাণে পটাচিয়াম, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত
সাধাৰণতে অফিচত বহি বহি কাম কৰি কৰি বা বহাৰ ভংগীমাৰ কাৰণে বহুতৰে নানা ধৰণৰ বিষ বা যন্ত্ৰণা হয়। দীৰ্ঘদিন ধৰি এই অভ্যাসৰ ফলত বহুতেই স্পণ্ডিলাইটিছত আক্ৰান্ত হয়। কিন্তু আপুনি জানেনে যে ঘৰতে কিছুমান নিয়ম মানিলে আপোনাৰ স্পণ্ডিলাইটিছ দূৰ হ’ব পাৰে। মাংসপেশী অতিৰিক্ত ষ্ট্ৰেচ কৰাৰ ফলতো পিঠিত বিষ হ’ব পাৰে। চাইটিকা
মাত্ৰ ৫ বছৰ বয়সতে উত্তৰ প্ৰদেশৰ এটি শিশুয়ে গিলি পেলাইছিল এটা মুদ্ৰা। অৱশেষত চিকিৎসকসকলে জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে মুদ্ৰাটো আঁতৰাবলৈ সফল হয়। প্ৰায় ৭ বছৰ ধৰি শিশুটিৰ ডিঙিত আবদ্ধ হৈ থকা এটা মুদ্ৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি উলিয়াই আনে। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, বাঘাউলীৰ মুৰালীপুৰা গাঁৱৰ বাসিন্দা