ৰাজ্যত পুনৰ ভয়াৱহ ৰূপ ল’ব পাৰে বতৰ। ইতিমধ্যে নগাঁও আৰু কাছাৰ জিলাৰ ভিন্নপ্ৰান্ত বানত বিধ্বস্ত হৈ পৰিছে। তাৰ মাজতে কেইবাখন জিলাত Orange Alert আৰু Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। দক্ষিণ শালমৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, তামুলপুৰ, বজালী, নলবাৰী, বৰপেটা, গোৱালপাৰা, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি
Month: June 2024
ধুবুৰী আৰু যোৰহাট সমষ্টিত জয়লাভৰ পিছতে উৎফুল্লিত কংগ্ৰেছ শিবিৰ। যোৰহাটত গৌৰৱ গগৈয়ে জয়লাভ কৰাৰ বিপৰীতে ধুবুৰীত অভিলেখ ভোটৰ ব্যৱধানত জয়লাভ কৰে ৰকিবুল হুছেইনে। আজমলৰ দুৰ্গৰূপে খ্যাত ধুবুৰীত ৰকিবুল হুছেইনে অভিলেখ ভোটত জয়লাভ কৰাটোৱে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে। ইপালে, নিৰ্বাচনী ফলাফলৰ মাজতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি
বহু উৎকণ্ঠাৰ অন্তত অৱশেষত মঙলবাৰে ঘোষণা হ’ল দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল। ঘোষণা কৰা হ’ল অসমৰো ১৪টা লোকসভা সমষ্টিৰ ফলাফল। AIUDFৰ বদৰুদ্দিন আজমলৰ দূৰ্গৰূপে পৰিচিত ধুবুৰী লোকসভা সমষ্টিত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট
উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনৰ ফলাফলে দেশৰ ৰাজনীতিত জোকাৰণি সৃষ্টি কৰিছে আৰু ই কেৱল ৰাজনৈতিক দলৰ বাবেই নহয় ৰাজনৈতিক বিশেষজ্ঞসকলৰ বাবেও আশ্চৰ্যকৰ। কিন্তু আটাইতকৈ আশ্চৰ্যজনক ফলাফল আহিছে ফৈজাবাদ (অযোধ্যা) লোকসভা আসনৰ পৰা, য’ত বিজেপিৰ প্ৰাৰ্থী লল্লু সিঙে ৫০ হাজাৰ ভোটত পৰাস্ত হৈছে। সকলোৰে মনত প্ৰশ্ন যে যি ঠাইত বিজেপিয়ে ৰাম মন্দিৰ
ABHIJIT KALITA: GUWAHATI,June 4: The Lokpriya Gopinath Bordoloi International Airport, Guwahati have recorded a footfall of nearly 5.2 lakh passengers in May 2024, witnessing a sharp increase from the corresponding month of the last year which was 15% (494057) higher than the last year’s May. Among them, 2.63 Lakh were