Month: June 2024

২০২৪ত দিল্লী কাৰ? কোনে মাৰিব বিজয়ৰ হাঁহি? আজি লোকসভা নিৰ্বাচনৰ ফলাফল

২০২৪ত দিল্লী কাৰ? কোনে মাৰিব বিজয়ৰ হাঁহি? আজি লোকসভা নিৰ্বাচনৰ ফলাফল

আজি দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিন। পুৱা ৮ বজাত আৰম্ভ হ’ব ভোটগণনা। নিৰ্ণয় হ’ব কোনে গঠন কৰিব চৰকাৰ? ভোটগণনাক লৈ দেশজুৰি ব্যাপক জল্পনা কল্পনা। দেশত ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ সাতটা পৰ্যায়ত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। দেশৰ ৫৪৩ টা সংসদীয় সমষ্টিৰ ফলাফলে নিৰ্ণয় কৰিব অহা পাঁচ বছৰলৈ কোন হ’ব