২ অক্টোবৰত আনুষ্ঠানিকভাৱে উপ-জিলা আৰম্ভ কৰা হ’ব। কামৰূপ জিলাৰ দুখন উপ-জিলা হ’ব। উপ-জিলাৰ প্ৰশাসনিক ব্যৱস্থা ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰা কাম আৰম্ভ হ’ব উপ-জিলাৰ। লগে লগে
Month: July 2024
মেঘালয়ৰ তুৰাত অসমৰ বাহনত আক্ৰমণ। মেঘালয়ৰ একাংশ টেক্সি চালকে আক্ৰমণ চলোৱাৰ অভিযোগ৷ শিল দলিয়াই ভাঙিলে বাহনৰ গ্লাছ, ল’ক৷ গোৱালপাৰাৰ এগৰাকী যুৱক, পেছাত ঠিকাদাৰ যুৱকজনে দেওবাৰে গৈছিল গাৰোপাহাৰৰ তুৰালৈ৷ পথৰ দাঁতিত
লোকসভাত সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। চক্ৰবেহুৰ ৰূপক ব্যৱহাৰ কৰি তেওঁ কয় যে দেশত ভয়ৰ পৰিবেশ বিয়পি আছে। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত
কৈ থাকিলেও শেষ নহয় দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ দুৰ্নীতিৰ কাহিনী। কেৱল নিজৰ স্বাৰ্থৰ বাবে কিমান তললৈ নামিব পাৰে মেধাৱী যোগ্য প্ৰাৰ্থীৰ তেজ শুহি খোৱা ৰাকেশ পাল, তাৰ কাহিনী এটা এটাকৈ
এতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ জিলা ভ্ৰমণৰ সময়ত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক মিলি ১০খনৰ অধিক বাহন থাকিব নোৱাৰিব কনভয়ত। আজি জনতা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব