ধিঙত বাঘৰ আক্ৰমণত বন বিভাগৰ এজন লোক গুৰুতৰ ভাৱে আহত

1 min read

ধিঙত বাঘৰ আক্ৰমণ এজনক ।

বাঘৰ আক্ৰমণত বন বিভাগৰ এজন লোক গুৰুতৰ ভাৱে আহত ।

আহত লোকজন ফনিধৰ দেউৰী বুলি জানিব পৰা গৈছে ।

আহত লোকজনক সংকটজনক অৱস্থাত ধিং FRU ত ভৰ্তি কৰোৱা হৈছে

বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত ।

You May Also Like

More From Author